--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পত্নী আলিয়া বাবে কালিৰ দিনটো বৰ আনন্দৰ দিন আছিল৷ কিন্তু সেই আনন্দৰ মুহূৰ্ততো কাষত নাছিল ৰণবীৰ৷ ৰণবীৰ কাপুৰে দেওবাৰে কলকাতাত আছিল। ইডেন গাৰ্ডেনত সৌৰভ গাংগুলীৰ সৈতে তেওঁ ক্ৰিকেট খেলি আছিল৷একেদিনাই আলিয়া ভাটে মুম্বাইত এক অনুষ্ঠানত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা গ্ৰহণ কৰিছিল । অৱশ্যে সেই অনুষ্ঠানত উপস্থিত থাকিব পৰা নাছিল ৰণবীৰে৷ 

নিশা কলকাতাৰ ঘৰলৈ উভতি অহাৰ পিছত অভিনেত্ৰীগৰাকীয়ে তেওঁৰ স্বামীক এক বিশেষ  দাবী কৰিলে৷ নিশা যিমান হ’লেও শুবলৈ যোৱাৰ আগতে ৰণবীৰে আলিয়াই বঁটা হাতত লৈ থকা এখন ছবি তুলিবই লাগিব৷ পত্নীৰ দাবী মানিও ল’লে ৰণবীৰে৷ তেওঁ নিশা দুই বজাতো আলিয়াৰ ছবি তুলি নিজৰ ইনষ্টাগ্ৰামত পোষ্ট কৰে৷ উল্লেখ্য  বছৰৰ ১৪ এপ্ৰিলত ৰণবীৰ আৰু আলিয়াই মুম্বাইৰ বান্দ্ৰাত থকা তেওঁলোকৰ এপাৰ্টমেণ্টত বিবাহপাশত আৱদ্ধ হৈছিল।

 বিবাহ অনুষ্ঠানটোত তেওঁলোকৰ  অতি ঘনিষ্ঠ বন্ধু আৰু দুয়োটা  পৰিয়ালৰ সদস্যসকল উপস্থিত আছিল৷ খৰখেদাকৈ বিয়া হোৱাৰ পিছত তেওঁলোকে পুনৰ  কামত ব্যস্ত  হৈ পৰিছিল৷ সেই বছৰতেই তেওঁলোকৰ কন্যা  ৰাহা জন্ম হৈছিল। আলিয়াই 'গঙ্গুবাই কাঠিয়াৱাড়ী'ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে ।  অভিনেত্ৰীগৰাকীয়ে লিখিছিল, "মই কিমান কৃতজ্ঞ সেয়া বৰ্ণনা কৰাৰ  ভাষা মোৰ নাই। এই সন্মানৰ বাবে মই কৃতজ্ঞ। মোৰ স্বামীক বিশেষ ধন্যবাদ যিয়ে ধৈৰ্য্যসহকাৰে নিশা ২ বজাত এই ছবিখন তুলিছে। ''কলকাতাত ৰণবীৰে তেওঁৰ নতুন ছবি  ছবি 'তু ঝুটি মই মক্কাৰ'ৰ প্ৰচাৰ চলাইছে৷  


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক