--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱা এটা হাস্যৰসময়ী ভিডিঅ'ই  সকলোকে বৰ আমোদ দিছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী পত্নীয়ে স্বামীৰ আকস্মিক ৰাতিৰ আহাৰ গ্ৰহণৰ অনুৰোধত 'কুচ ভি' ৰান্ধি খোৱালে। একেবাৰে আক্ষৰিক অৰ্থত পত্নীয়ে ৰান্ধিছিল এই খাদ্য। যাৰ ফলত এক অপ্ৰত্যাশিত ৰান্ধনীৰ সৃষ্টি হৈছিল যিয়ে তেওঁৰ স্বামীক আমোদ দিয়াৰ লগতে আচৰিত কৰি তুলিছিল।

ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা এই ভিডিঅ’টোত স্বামী-স্ত্ৰীৰ যুটি ৰেখা আৰু অক্ষয় জৈনক দেখা গৈছে। পত্নীয়ে স্বামীক সুধিছিল যে ৰাতিৰ আহাৰত কি ৰান্ধিম। উত্তৰত স্বামীয়ে কৈছিল  'কুচ ভি'।

সেয়েহে পত্নীগৰাকীয়ে বেচন ব্যৱহাৰ কৰি "কুচ ভি" বাক্যাংশৰ আখৰবোৰ ক্ৰাফ্ট কৰি কেৰাহীত ৰান্ধিবলৈ আগবাঢ়ি যায়। সাৱধানে আখৰবোৰ নিখুঁতভাৱে ভাজি লোৱাৰ পিছত প্লেট এখনত সজাই টমেটো চচৰ সৈতে পৰিবেশন কৰে আৰু স্বামীক খাবলৈ দিয়ে।


চাওক ভিডিঅ



স্বামীয়ে  অক্ষয়ে পত্নীৰ কাণ্ড দেখি আমোদ পোৱাৰ লগতে আচৰিতো হৈ পৰে। বিমূৰ্ত বাক্যাংশটোক "কুচ ভি" এটা স্পষ্ট আৰু খাব পৰা খাদ্যলৈ ৰূপান্তৰিত কৰা হয়।

ভিডিঅ’টোৱে ৫৮৭k তকৈ অধিক ভিউ আৰু বহু ৰিয়েকচন লাভ কৰিছে। 






FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্যোগৰ সময়ত মানুহক বিভ্ৰান্ত একাংশৰ; AI ভিডিঅ’ৰ জৰিয়তে অসমৰ বানপীড়িতৰ ভুৱা উদ্ধাৰ অভিযানৰ প্ৰচাৰ
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ