--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বম্বে টাইমছ ফেশ্বন উইকত ‘ক্যা ছুপাৰ কূল হায়ণ হাম’ৰ অভিনেত্ৰী নেহা শৰ্মাই নিজৰ খাদ্যাভ্যাসৰ কথা কওঁতে কয় যে এসময়ত তেওঁ দিনটো আৰম্ভ কৰিছিল একাপ কফিৰে। এইটো আছিল তেওঁৰ অন্যতম বেয়া অভ্যাস। কিন্তু এতিয়া অভ্যাস সলনি হৈছে আৰু ৰাতিপুৱা গৰম পানী আৰু নেমুৰে আৰম্ভ হয়।এঘণ্টাৰ পিছত তাই কফি খায়।কফি খালে হ’ব পাৰে বহু সমস্যা চাওঁ আহক সবিশেষ৷

খালী পেটত কফি খালে বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে। ইয়াত হাৰ্টবাৰ্ণও এটা সমস্যা। বুকুৰ মাজভাগত বিষ বা অস্বস্তিৰ সৃষ্টি কৰিব পাৰে।

ৰাতিপুৱা সাৰ পোৱাৰ লগে লগে কফি খোৱাটো অতি ক্ষতিকাৰক। গৱেষণাৰ মতে সাৰ পোৱাৰ পিছত এঘণ্টা ধৰি শৰীৰত কৰ্টিছলৰ উৎপাদন অধিক হয়। ই শৰীৰক সক্ৰিয় কৰি ৰখাত সহায় কৰে।

বহু গৱেষণাৰ পৰা দেখা গৈছে যে যদি আপোনাৰ খাদ্যাভ্যাস সুষম আৰু আপুনি কফি খাই আছে, তেন্তে ই বৃহদান্ত্ৰক উদ্দীপিত কৰাত সহায় কৰে আৰু অন্ত্ৰৰ কাম বৃদ্ধি কৰে।

উঠাৰ অন্ততঃ এঘণ্টাৰ পিছত কফি বা চাহ খাব লাগে। ক’লা কফিৰ সলনি গাখীৰৰ সৈতে কফি খালে অন্ত্ৰৰ তন্ত্ৰত কম প্ৰভাৱ পৰে। ৰাতিপুৱা সাৰ পোৱাৰ পিছত যদি আপুনি ভাগৰুৱা অনুভৱ কৰে তেন্তে সম্পূৰ্ণ টোপনি ল’বলৈ চেষ্টা কৰক আৰু অধিক আৰু অধিক পানী খাবলৈ চেষ্টা কৰক।সাৰ পোৱাৰ পিছত কফিৰ সলনি পানী খোৱাটো উপকাৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
ভাৰতীয় পাইলট স্মিত মাচ্ছৰ সাহসিকতাত ৰক্ষা পৰিল ১৭৪ জীৱন
বিলুপ্তিৰ দিশে অসমৰ আপুৰুগীয়া চৰাই ‘কাঠনি বোৱাৰী’
মহানগৰীত ‘এক দিন, এক ঘণ্টা, এক সাথ’ শীৰ্ষক শ্ৰমদান কাৰ্যসূচী ৰূপায়ণ; মন্ত্ৰী অশ্বিনী ৰায় সৰকাৰৰ অংশগ্ৰহণ
কেঞ্চাৰৰ ঔষধৰ নামত অবাধ লুণ্ঠন; MRP সীমাৱদ্ধ কৰিবলৈ পৰামৰ্শ উচ্চতম ন্যায়ালয়ৰ
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা