--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰ জগতৰ অন্যতম শীৰ্ষ অভিনেত্ৰী আলিয়া ভাটে সঞ্জয় লীলা ভাঞ্চালীৰ ‘গাংগুবাই কঠিয়াৱাদী’ ছবিৰ বাবে আজি ৰাষ্ট্ৰীয় বঁটা গ্ৰহণ কৰে। অনুৰাগীসকলে আলিয়াৰ সাজ-পোছাকৰ বাবে উৎসাহী হৈ পৰিছে। অনুষ্ঠানটোলৈ তেওঁ বিয়াৰ শাৰীখন পিন্ধি গৈছিল।

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত অভিনেতা-স্বামী ৰণবীৰ কাপুৰৰ সৈতে অনুষ্ঠানত অংশগ্ৰহণ কৰি ক্ৰীমৰঙৰ বিয়াৰ শাৰীখন পুনৰ পিন্ধে আলিয়া ভাটে।

বলীউডৰ তাৰকাগৰাকীয়ে যোৱা বছৰ এপ্ৰিল মাহত ৰণবীৰৰ সৈতে বিবাহপাশত আৱ্দ্ধ হৈছিল। অনুৰাগীয়ে ফেন একাউণ্টৰ কমেণ্ট ছেকচনত অভিনেত্ৰীগৰাকীক প্ৰশংসা কৰে।

উল্লেখ্য যে সঞ্জয় লীলা ভাঞ্চালীৰ গংগুবাই কঠিয়াৱাড়ীত অভিনয় কৰি আলিয়াই শ্ৰেষ্ঠ অভিনেত্ৰী ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত হোৱা এই অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে প্ৰাপকসকলক বঁটা প্ৰদান কৰে।

'মিমি' ছবিত অভিনয়ৰ বাবে এই বঁটা লাভ কৰা কৃতি ছাননৰ সৈতে আলিয়াই ভাগ কৰিছে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক