--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ যোগগুৰু ৰামদেৱ আৰু তেওঁৰ সংস্থা পতঞ্জলীৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰাখণ্ড চৰকাৰে। উত্তৰাখণ্ডৰ আয়ুৰ্বেদ আৰু ইউনানি লাইচেন্চিং অথৰিটিয়ে পতঞ্জলীৰ কেইবাটাও ঔষধৰ বিক্ৰী আৰু উৎপাদন নিষেধ কৰিছে।

 

জানিব পৰা মতে, দিব্যা ফাৰ্মেচিকত তৈয়াৰ কৰা পতঞ্জলীৰ পাঁচটাকৈ ঔষধ নিষিদ্ধ কৰা হৈছে। তদুপৰি সংস্থাটোক বিপিঘৃত, মধুঘৃত, থাইৰোঘৃত, লিপিডোম আৰু আইঘৃত গল্ড টেবলেটৰ উৎপাদন বন্ধ কৰিবলৈ দাবী জনোৱা হৈছে।

 

এইসমূহ ঔষধ পতঞ্জলীে ৰক্চতাপ, ডায়েবেটিছ, গয়টাৰ, গ্লুকোমা, উচ্চ কোলেষ্টৰেল নিৰাময়ৰ বাবে ৰোগীক প্ৰদান কৰি আহিছে। সেই অনুসৰি ব্যাপক হাৰত ঔষধসমূহৰ বিজ্ঞাপনো প্ৰস্তুত চলি আহিছে।

 

 

কিন্তু এই ঔষধসমূহক কোনো পৰীক্ষা অবিহনেই প্ৰচলন কৰি অহা বুলি উত্তৰাখণ্ড চৰকাৰে অভিযোগ কৰিছে। ঔষধসমূহৰ বিজ্ঞাপনসমূহতো পৰ্যাপ্ত সত্যতা নাই বুলি দাবী কৰা হৈছে।

 

ইয়াৰ পূৰ্বেও কেৰেলাৰ এজন চিকিৎসকে পতঞ্জলীৰ বিৰুদ্ধে এই অভিযোগ কৰিছিল। তেওঁৰ অভিযোগৰ ভিত্তিতে উত্তৰাখণ্ড চৰকাৰে এই পদক্ষেপ লৈছে।

 

কোৱা হৈছে যে ঔষধসমূহৰ বাবে নতুনকৈ উত্তৰাখণ্ড চৰকাৰৰ অনুমোদন লব লাগিব। তাৰপাছতহে এইসমূহ উৎপাদন কৰিব পাৰিব। তদুপৰি বিজ্ঞাপনসমূহো শীঘ্ৰেই বন্ধ কৰিবলৈ কোৱা হৈছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক