--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিতৰ্কই পাছ নেৰা হৈছে ইণ্ডিগ’ক৷শেহতীয়াকৈ এজন যাত্ৰীয়ে বিমান সংস্থাটোক তীব্ৰ সমালোচনা কৰি ইয়াক “জীৱনৰ আটাইতকৈ বেয়া বিমান অভিজ্ঞতা” বুলি অভিহিত কৰাৰ পাছতে ইণ্ডিগ’ই ধন ঘূৰাই দিয়ে। ১৩ জানুৱাৰীত এক্সৰ এটা পোষ্টত দেবাৰঘ্য দাসে কলকাতাৰ পৰা বেংগালুৰুলৈ যোৱা বিমানখন সাত ঘণ্টা পলম হোৱাৰ বাবে হতাশা প্ৰকাশ কৰিছিল, যাৰ ফলত তেওঁ আন্তঃৰাষ্ট্ৰীয় বিমানত উঠাত ব্যৰ্থ হয়।

নিজৰ পোষ্টত দাসে কয় যে, "মোৰ নিশা ১০ বজাৰ কলিকতা—বেংগালুৰুৰ বিমানখন পুৱা ৪:৪১ বজাত ৰাওনা হৈছিল, মুঠ ৭ ঘণ্টা পলম হোৱাৰ পাছত মই আন্তঃৰাষ্ট্ৰীয় বিমান এখন মিছ কৰিলোঁ।"

এক্সৰ দীঘলীয়া পোষ্টত দাসে টিকটৰ ছবিৰ লগতে নিজৰ অভিজ্ঞতাৰ সবিশেষ শ্বেয়াৰ কৰিছিল।দাসে লগতে দাবী কৰে যে ইণ্ডিগ’ৰ কৰ্মচাৰীসকলে তেওঁক বৰ্তমানৰ বিমানখন বাতিল কৰি আন এটা টিকট বুকিং কৰাত সহায় নকৰাটো অতি পৰিতাপৰ কথা।লগতে দাসে দাবী কৰে যে বিমান সংস্থাটোৱে তেওঁৰ বিমান বাতিল কৰি তেওঁৰ চেক ইন কৰা লাগেজ ঘূৰাই আনিবলৈ প্ৰায় দুঘণ্টা সময় লৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
জুবিন গাৰ্গৰ অতি জনপ্ৰিয় ২৫ টা গীত নিৰ্ধাৰণ; নতুন অসমীয়া ছবি ‘১৮ নৱেম্বৰ’ৰ গীতৰ অডিচন আৰম্ভ
অটোৰিক্সাৰ পৰা হেৰ’ইন জব্দ; চালকক গ্ৰেপ্তাৰ ধলাই আৰক্ষীৰ
কল পচলাৰ আছে নানা গুণ; আপুনি খাই ভালপায়নে?
চৰকাৰী হাস্পতালতে থাকিব সোনম ৱাংচুক; ব্যক্তিগত চিকিৎসালয়লৈ নিয়াৰ আবেদন অগ্রাহ্য আদালতৰ
৬০ বছৰৰ মূৰত গুজৰাটৰ গিৰ ৰাষ্ট্ৰীয় উদ্যানলৈ ঘূৰি আহিছে ইণ্ডিয়ান গ্রে’ হর্নবিল
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement