--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিল্লীৰ শ্ৰদ্ধাৰ হত্যাকাণ্ডই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰি থকাৰ সময়তে লক্ষ্ণৌতো সংঘটিত হৈছে লাভ জেহাদৰ ভয়ংকৰ ঘটনা। লক্ষ্ণৌৰ ডুবাগাত ইছলাম ধৰ্ম গ্ৰহণ নকৰা বাবে হিন্দু প্ৰেমিকাক হত্যা কৰিলে মুছলমান প্ৰেমিকে। ইছলাম ধৰ্ম গ্ৰহণ নকৰা বাবে প্ৰেমিকাক চতুৰ্থ মহলাৰ পৰা গতিয়াই পেলাই দিলে প্ৰেমিকজনে। গুৰুতৰভাৱে আহত যুৱতীগৰাকীক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। য'ত কিছু সময়ৰ পিছত তেওঁৰ মৃত্যু হয়। এতিয়া পলাতক হৈ আছে অভিযুক্ত। ভুক্তভোগী পৰিয়ালৰ এজাহাৰত হত্যা আৰু বলপূৰ্বক ধৰ্মান্তৰকৰণৰ গোচৰ ৰুজু কৰা হৈছে।

নিধি গুপ্তা(১৯)ৰ চুফিয়ানৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। মৃত যুৱতীগৰাকীৰ মাতৃয়ে জনোৱা মতে, চুফিয়ানে যোৱা কেইবাদিনো ধৰি নিধিক হাৰাশাস্তি কৰি আহিছে। চুফিয়ানে ছোৱালীজনীক বলপূৰ্বকভাৱে বিয়া কৰাবলৈ হেঁচা প্ৰয়োগ কৰিছিল। চুফিয়ানে তাইক ধৰ্মান্তৰিত কৰি মুছলমান ৰীতি-নীতি অনুসৰি বিয়া কৰাব বিচাৰিছিল। ইয়াৰ বাবে তেওঁ বহু দিন ধৰি নিধিক হেঁচা প্ৰয়োগ কৰি আছিল আৰু নিধিয়ে ইয়াৰ বিৰোধিতা কৰিছিল। 
lucknow news sufiyan threw girlfriend nidhi from the fourth floor,  death-धर्म बदलने का बनाता था दबाव, विरोध करने पर सूफियान ने प्रेमिका निधि  को चौथी मंजिल से फेंका
মাতৃয়ে লগতে কয় যে চুফিয়ানে মোৰ ছোৱালীজনীক প্ৰতিদিনে মানসিকভাৱে অত্যাচাৰ কৰিছিল। বহু দিন ধৰি চুফিয়ানে মোৰ ছোৱালীজনীৰ পিছা কৰিছিল। কালি আমি অভিযোগ লৈ তেওঁৰ ঘৰলৈ গৈছিলো। এই সময়ছোৱাত আমাৰ দুয়োটা পৰিয়ালৰ মাজত তৰ্ক হৈছিল। ইয়াৰ পাছতে নিধি আকু চুফিয়ান ঘৰৰ চাদৰ ওপৰলৈ গৈছিল। তেতিয়াই নিধিক চতুৰ্থ মহলাৰ পৰা গতিয়াই দিছিল চুফিয়ানে। 

सूफियान ने निधि को चौथी मंजिल से फेंका, मतांतरण का बना रहा था दबाव; लड़की  के परिवार की मौजूदगी में हुई घटना - young man killed girl by pushing her  off roof
নিধিৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত গোচৰ ৰুৃজু কৰিছে লক্ষ্ণৌ আৰক্ষীয়ে। ইতিমধ্যে ঘৰত তলা লগাই পলায়ন কৰিছে অভিযুক্তৰ পৰিয়াল।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক