--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ প্ৰাক্তন সভানেত্ৰী  ছোনিয়া গান্ধীৰ স্বাস্থ্য বিগত কিছু বছৰ ধৰি সিমান ভাল হৈ থকা নাই৷ যোৱা বছৰ একাধিকবাৰ বাৰ ছোনিয়া গান্ধীক চিকিৎসালয়ত ভৰ্তি কৰোবালগীয়া হৈছিল৷ শেহতীয়াকৈ  পুনৰ গান্ধী অসুস্থ হৈ পৰাত  দিল্লীৰ শ্ৰী গংগা ৰাম চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

তেওঁক  জ্বৰৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি  চিকিৎসালয়ৰ সূত্ৰই  প্ৰকাশ কৰিছে৷ চিকিৎসালয়ৰ সূত্ৰ লগতে এইবুলিও কৈছে যে ছোনিয়াৰ অৱস্থা বৰ্তমান স্থিৰ। অৱশ্যে, তেওঁৰ কেইটামান পৰীক্ষা কৰোৱাব লাগিব বুলি সূত্ৰটোৱে প্ৰকাশ কৰে৷  ছোনিয়াৰ শাৰীৰিক অৱস্থা নিৰীক্ষণ কৰিবলৈ চিকিৎসকৰ  এটা দল গঠন কৰা হৈছে।

উল্লেখ্য এই বছৰৰ জানুৱাৰীত শ্বাসতন্ত্ৰৰ সংক্ৰমণৰ বাবে ছোনিয়াক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। তিনি মাহত তেওঁক  দ্বিতীয়বাৰৰ বাবে তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।ছোনিয়াৰ পুত্ৰ ৰাহুল গান্ধী বৰ্তমান বিদেশত আছে৷ পৰিয়ালৰ আন লোকসকলে ছোনিয়াৰ খবৰ কৰি আছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ