--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ পুনৰ প্ৰেমত পৰিল কাৰ্তিক আৰিয়ান। ‘ভুলভুলাইয়া-২’ৰ সফলতাৰ পাছত বলিউডত চৰ্চাৰ তুংগত আছে কাৰ্তিক। তেনেসময়তে খবৰ আহিছে যে নতুনকৈ প্ৰেমত মত্ত হৈ পৰিছে অভিনেতাগৰাকী।

কিন্তু কোনে হৃদয় চুৰি কৰিলে কাৰ্তিকৰ? ইয়াৰ আগলৈকে কাৰ্তিকৰ স’তে চাৰাহ আলি খান অথবা অনন্যা পাণ্ডেৰ নাম সাঙোৰ খাইছিল। কিন্তু এওঁলোক নহয়, আন এগৰাকী সুন্দৰীৰ হৃদয়তহে সোমাই পৰিছে কাৰ্তিক।

সুন্দৰীগৰাকীৰ নাম পচমিনা ৰোছন। চিনেমাত অভিনয় নকৰিলেও পচমিনা হৈছে হৃত্বিক ৰোছনৰ সম্বন্ধীয় ভগ্নী। অৰ্থাৎ ছাৰাহ-অনন্যাৰ পাছত এইবাৰ বলিউডৰ আন এটা পৰিয়ালৰ কন্যাৰ প্ৰেমত মত্ত্ হৈছে কাৰ্তিক।

ইতিমধ্যে পচমিনাৰ স’তে কাৰ্তিকক মুম্বাইৰ বিভিন্ন স্থানত একেলগে দেখা পোৱা গৈছে। আনকি শ্বুটিঙৰ মাজতো কাৰ্তিকে পচমিনাৰ স’তে ব্যস্ত থাকে।

এতিয়া চৰ্চা চলিছে পচমিনা আৰু কাৰ্তিকৰ এই সম্পৰ্ক কিমান দিনলৈ টিকি থাকে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক