--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিবাহপাশত আৱদ্ধ হ'ল বলীউডৰ সুকণ্ঠী গায়িকা পলক মুছল আৰু সংগীতকাৰ মিথুন শৰ্মা। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে দুয়োৰে বিয়াৰ ছবি। ৰঙা আৰু সোণালী ৰঙেৰে নিৰ্মিত কইনাৰ পোছাকত বৰ সুন্দৰ দেখাইছে পলক মুছলক। আনহাতে মিথুনে ষ্টাইলিছ কুৰ্তা পাইজামা পৰিধান কৰা দেখা গৈছিল।
May be an image of 2 people and people standing
পলক আৰু মিথুনক বিয়াৰ শুভেচ্ছা জনাবলৈ কেইবাজনো অভিনেতা অভ্যৰ্থনা অনুষ্ঠানত উপস্থিত হয়। ইয়াৰ উপৰিও বহু শিল্পী অতিথি হিচাপে বিবাহ অনুষ্ঠানত উপস্থিত থাকে। ইয়াত কৈলাশ খেৰ আৰু চনু নিগমৰ নামো সন্নিবিষ্ট হৈছে।
No photo description available.
পলক মুছল আৰু মিথুনে একেলগে বহুতো কাম কৰিছে। দুয়োজনে বহু ছবিৰ বাবে গীত ৰচনা কৰিছে। দুয়োজনে প্ৰথমবাৰৰ বাবে একেলগে কাম কৰিছিল 'Aashiqui 2'ৰ বাবে। দুয়োৰে চিনাকি বহুদিনৰ পৰা আছিল। দুয়োজনে দীৰ্ঘদিন ধৰি ইজনে সিজনৰ লগত ডেটিং কৰি আছিল বুলিও খবৰ পোৱা গৈছে। অৱশ্যে দুয়োজনে এই কথা কেতিয়াও নিশ্চিত কৰা নাছিল। অৱশেষত দুয়ো বিবাহপাশত আৱদ্ধ হৈ অনুৰাগীসকলক দিলে ভাল খবৰটো।
Palak Muchhal Marries Mithoon, Sonu Nigam, Rubina Dilaik Attend Wedding  Reception
পলক আৰু মিথুনৰ বৈবাহিক জীৱন সুখৰ হ'বলৈ শুভকামনা জনাইছে চেলিব্ৰিটিসকলৰ লগতে অনেক অনুৰাগীয়ে। উল্লেখ্য যে বলীউডৰ বহু জনপ্ৰিয় গীতত কণ্ঠদান কৰিছে পলক মুছলে। তেওঁ বহু মঞ্চ অনুষ্ঠানতো অংশ লৈছে। ইয়াৰ লগতে মিথুনেও বহু ছবিত সংগীত দিছে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক