--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • কালি আবেলিৰ ভাগত জুবিনক্ষেত্ৰ গৌৰৱ গগৈয়ে পৰ্যবেক্ষণ কৰা পিছত আজি পুৱাৰে পৰা সোণাপুৰৰ এই স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।

ডিজিটেল ডেস্কঃ আজি গুৱাহাটীলৈ আহিব ৰাহুল গান্ধী। আবেলি ২ বজাৰ লগে লগে সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত হ'ব লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী।


বিমান বন্দৰৰ পৰা পোনে পোনে জুবিনৰ শেষকৃত্যস্থলীলৈ আহি ৰাহুল গান্ধীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব প্ৰাণৰ শিল্পীগৰাকীক।


কালি আবেলিৰ ভাগত জুবিনক্ষেত্ৰ গৌৰৱ গগৈয়ে পৰ্যবেক্ষণ কৰা পিছত আজি পুৱাৰে পৰা সোণাপুৰৰ এই স্থানত গঢ়ি তোলা হৈছে কটকটীয়া নিৰাপত্তা ব্যৱস্থা।


কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ বাবে সষ্টম হৈ আছে আৰক্ষী, অৰ্ধ-সামৰিক বাহিনীৰ লগতে জিলা প্ৰশাসন।


শেষকৃত্যস্থলীৰ ওচৰে-পাজৰে প্ৰায় ৫০০মিটাৰ দূৰত্বলৈ সাধাৰণ লোকৰ বাবে পাৰ্কিং নিষিদ্ধ কৰিছে আৰক্ষী-প্ৰশাসনে।


জুবিনক্ষেত্ৰত উপস্থিত লোকসকলৰ গতি-বিধি তন্ন-তন্নকৈ নিৰীক্ষণ কৰা বাবে অতিৰিক্ত কৈ সংলগ্ন কৰা হৈছে কেইবাটাও চিচিটিভি কেমেৰা।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ