--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ উৰ্বশী ৰাউতেলাই কোৱা আৰপি ঋষভ পণ্ট নহয় নেকি? বিগত কিছুদিন ধৰি পণ্ট আৰু উৰ্বশীৰ মাজত চলা চৰ্চাৰ মাজতে শেহতীয়াকৈ এই লৈ অনুৰাগী মহলত ব্যাপক উৎকণ্ঠা দেখা গৈছে।

উৎকণ্ঠাৰ কাৰণ হৈছে ইনষ্টাগ্ৰামত উৰ্বশীয়ে শ্বেয়াৰ কৰা এখন ফটো। আৰপি হেজটেগ দি লিখা ইনষ্টাগ্ৰাম প’ষ্টটোত উৰ্বশীৰ স’তে এজন যুৱকক দেখা গৈছে। তেওঁ হৈছে দক্ষিণ ভাৰতৰ তাৰকা অভিনেতা ৰাম পন্থিনেনি।




তাৰপাছতে অনুৰাগীসকলে ক’ব বিচাৰিছে যে ঋষভ পণ্ট নহয়, ৰাম পন্থিনেনিহে উৰ্বশীৰ প্ৰকৃত আৰপি! ইনষ্টাগ্ৰাম প’ষ্টটো উৰ্বশীয়ে দিয়াৰ পাছতে এতিয়া ইয়াক লৈ তীব্ৰ চৰ্চা চলিছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি ঋষভ আৰু উৰ্বশীৰ সম্পৰ্কক লৈ ব্যাপক চৰ্চা চলিছিল। জানিব পৰামতে, ২০১৮ চনত দুয়োৰে মাজত সম্পৰ্ক আছিল যদিও পাছত ঈশা নেগীৰ স’তে সম্পৰ্ক গঢ়ে ঋষভে।

তাৰপাছতে সামাজিক মাধ্যমত দুয়োগৰাকী তাৰকাই ইজনে সিজনক কেইবাবাৰো কটাক্ষ কৰি আহিছে। তাৰ স’তে যুক্ত হ’ল উৰ্বশীৰ শেহতীয়া এই প’ষ্টটো।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক