--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • নতুন আঞ্চলিক গোট গঠনৰ বাবে যোৱা ১৯ জুনত চীনব কুনমিণ্ডত হোৱা আলোচনাত বাংলাদেশেও অংশ গ্রহণ কৰিছিল।

ডিজিটেল ডেস্ক : ভাৰতত অগ্ৰণী সদস্য হৈ থকা ছাৰ্কৰ ঠাইত এক নতুন আঞ্চলিক গোট গঠনৰ বাবে চীন আৰু পাকিস্তানে কাম কৰি আছে। পাকিস্তানৰ 'দ্য এক্সপ্রেছ ট্রিবিউন' কাকতৰ মতে এই আঞ্চলিক গোট গঠনৰ বাবে চীন আৰু পাকিস্তানৰ মাজৰ আলোচনা উচ্চ পর্যায়ত হৈ আছে।


বাতৰি মতে, নতুন আঞ্চলিক গোট গঠনৰ বাবে যোৱা ১৯ জুনত চীনব কুনমিণ্ডত হোৱা আলোচনাত বাংলাদেশেও অংশ গ্রহণ কৰিছিল। কৰাচীস্থিত সংবাদ-পত্ৰখনৰ বাতৰি মতে, '১৯ জুনত নত কুমমিঙত অনুষ্ঠিত উক্ত বৈঠকৰ চূড়ান্ত লক্ষ্য আছিল ছাউথ এছিয়ান এছ'চিয়েশান ফৰ ৰিজিঅ'নেল ক'-অপাৰেশ্যন (ছার্ক)ব সদস্য দক্ষিণ এছিয় দেশবোৰক নতুন গোটত যোগদান কৰিবলৈ আমন্ত্রণ জনোৱা।


উল্লেখযোগ্য যে কুনমিঙৰ বৈঠকৰ আগতে মে'ত চীন-পাকিস্তান-আফগানিস্তানৰ মাজত একেধৰণৰ ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল। উক্ত বৈঠকত চীন-পাকিস্তান অর্থনৈতিক কৰিডৰ সম্প্ৰসাৰণ কৰা আৰু তালিবান-শাসিত আফগানিস্তানত সহযোগ বৃদ্ধি কৰাত গুৰুত্ব দিয়া হৈছিল। উল্লেখযোগ্য যে বাংলাদেশৰ ঢাকাত এক চনদ গ্রহণৰ যোগেদি ১১৯৮৫ চনৰ ৮ ডিচেম্বৰত ছার্ক গঠন কৰা হৈছিল। ইয়াৰ প্রতিষ্ঠাপক সদস্য আছিল ৭খন দেশ। সেই কেইখন হৈছে বাংলাদেশ, ভুটান, ভাৰত, মালদ্বীপ, নেপাল, পাকিস্তান আৰু শ্রীলংকা। আফগানিস্তানে ২০০৭ চনত এই গোটত যোগদান কৰিছিল। ২০১৪ চনৰ পৰাই ছার্ক নিষ্ক্রিয় হৈ আছে।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক