--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোটি কোটি জনসংখ্যাৰে ভৰি থকা ভাৰতবৰ্ষত চৰকাৰে যিটোে হাৰ প্ৰতিবছৰে চাকৰি সৃষ্টি কৰিব পাৰিব লাগিছিল তেনেদৰে পৰা নাই৷ মোদীৰ চৰকাৰে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত এতিয়ালৈকে মাত্ৰ কেইলাখমান নিবনুৱাইহে চাকৰি লাভ কিবলৈ সক্ষম হৈছে মোদীৰ চৰকাৰে শেহতীয়াকৈ ঘোষণা কৰিছে যে শীঘ্ৰে দেশত নতুনকৈ ১০ লাখ চাকৰি সৃষ্টি কৰা হ’ব৷ 

কিন্তু কোটি কোটি নিবনুৱাৰে ভৰি থকা ভাৰতত সেই ১০ লাখ চাকৰি এপাচি শাকত এটা জালুকৰ দৰেহে হ’ব বুলি বহুতে মন্তব্য কৰিছে৷ চৰকাৰে কেৱল সাধাৰণ চাকৰিয়েই নহয়, প্ৰশাসনিক দিশৰো কেইবা হাজাৰ পদ আজিও পূৰণ কৰিব পৰা নাই৷ ভাৰতত বৰ্তমান ১,৪৭২ টা  আইএএছ আৰু ৮৬৪ টা  আইপিএছৰ পদ পূৰণ নোহোৱাকৈ পৰি ৰৈছে৷  একেদৰে  ১,০৫৭ জন ভাৰতীয় বন সেৱা (আইএফএছ)ৰ বিষয়াৰ পদো খালী হৈ আছে । লোকসভাত এই তথ্য সদৰী কৰিছে কেন্দ্ৰীয় কৰ্মচাৰী দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে৷

দেশত আই.এ.এছ. বিষয়াসকলৰ অনুমোদিত পদৰ সংখ্যা  হৈছে  ৬,৭৮৯, আই.পি.এছ. বিষয়াৰ অনুমোদিত পদৰ সংখ্যা  হৈছে ৪,৯৮৪ জন আৰু আই.এফ.এছ.-ৰ বাবে ৩,১৯১ জন । কেন্দ্ৰীয় কৰ্মচাৰী দপ্তৰৰ  ৰাজ্যিক মন্ত্ৰী জীতেন্দ্ৰ সিঙে এক লিখিত প্ৰশ্নৰ উত্তৰত কয়যে  ২০২২ চনৰ ১ জানুৱাৰীলৈকে এই পদসমূহৰ বহু কেইটা পদ খালী হৈ আছে।ইয়াৰ ভিতৰত ক্ৰমান্বয়ে ৫,৩১৭ জন আইএএছ বিষয়া, ৪,১২০ জন আইপিএছ বিষয়া আৰু ২,১৩৪ জন আইএফএছ বিষয়াৰ পদ  পূৰণ  হৈ আছে বুলি তেওঁ কয়।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক