--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতত বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ৷ আজি নতুনকৈ সংক্ৰমিত হৈছে ৯,১১১গৰাকী লোক৷ এদিনতে মৃত্যু হৈছে ২৭জন লোকৰ৷
 
কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ে সোমবাৰে কয় যে ভাৰতে দৈনিক কোভিড-১৯ত আক্ৰান্তৰ সংখ্যা সামান্য হ্ৰাস পাইছে যদিও আজি ৯,১১১গৰাকী লোক নতুনকৈ সংক্ৰমিত হৈছে৷ 

দেওবাৰে দেশত ১০,০৯৩গৰাকী লোক সংক্ৰমিত হৈছে ক’ভিডত। দৈনিক পজিটিভিটীৰ হাৰ ৮.৪০% আৰু সাপ্তাহিক পজিটিভিটীৰ হাৰ ৪.৯৪ শতাংশ৷

সক্ৰিয় ৰোগীৰ সংখ্যাই ৬০ হাজাৰৰ ঘৰ অতিক্ৰম কৰিছে৷ বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা ৬০,৩১৩গৰাকী৷ দেশত মুঠ সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে মুঠ সংক্ৰমণৰ ০.১৩ শতাংশ৷

স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, ২৪ ঘণ্টাত ২৭জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে, যাৰ ভিতৰত গুজৰাটত ছয়জন, উত্তৰ প্ৰদেশৰ চাৰিজন, ৰাজস্থান আৰু দিল্লীৰ পৰা তিনিজন, মহাৰাষ্ট্ৰৰ দুজন আৰু তামিলনাডু, কেৰালা, ছত্তীশগড়, ঝাৰখণ্ড, বিহাৰ আৰু হিমাচল প্ৰদেশৰ এজনকৈ লোকৰ মৃত্যু হৈছে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ