--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জাৰ্নেল অৱ মেডিকেল মাইক্ৰ’বায়’লজীত প্ৰকাশিত এক গৱেষণাৰ মতে যদি কোনোবাই দিনটোত তিনিবাৰকৈ ৩ মাহ ধৰি অবিৰতভাৱে মাউথৱাছ ব্যৱহাৰ কৰে তেন্তে মুখত দুবিধ বেক্টেৰিয়া বাঢ়ি যায়। ফুচ’বেক্টেৰিয়াম নিউক্লিয়েটাম আৰু ষ্ট্ৰেপ্ট’ক’কাছ এঞ্জাইনোছাছ আৰু এই দুয়োটা বেক্টেৰিয়া কেন্সাৰৰ কাৰণ।

সাধাৰণতে মাউথৱাছত অধিক পৰিমাণৰ এলক’হল আৰু ফ্ল’ৰাইড থাকে, এই দুটা উপাদানৰ পৰিমাণ বেছি হ’লে বিপদজনক হ’ব পাৰে। মাউথৱাছত কৃত্ৰিম উপাদানও থাকিব পাৰে যিয়ে কেন্সাৰৰ সম্ভাৱনা বৃদ্ধি কৰে।

এইটোৱেই একমাত্ৰ অধ্যয়ন নহয় যিয়ে মাউথৱাছক কেন্সাৰৰ প্ৰধান কাৰণ বুলি গণ্য কৰে, এই দাবী ইয়াৰ পূৰ্বেও আন বহু অধ্যয়নত কৰা হৈছে। ২০১৬ চনত নেচনেল লাইব্ৰেৰী অৱ মেডিচিনত প্ৰকাশিত এক গৱেষণাৰ মতে নিয়মিতভাৱে মাউথৱাছ ব্যৱহাৰ কৰা লোকসকলৰ মূৰ আৰু ডিঙিৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কেতিয়াও মাউথৱাছ ব্যৱহাৰ নকৰা লোকতকৈ বেছি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চাঞ্চল্যকৰ ঘটনা! এবাৰ, দুবাৰ নহয় ডেৰ মাহত ৮বাৰকৈ সাপে দংশন কৰিছে এগৰাকী কিশোৰীক
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ