--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিলে বিৰাট কোহলীয়ে। এইক্ষেত্ৰত তেওঁ শচীন তেণ্ডুলকাৰ আৰু ৰিকি পন্টিংক অতিক্ৰম কৰিছে।

পৰিসংখ্যা অনুসৰি, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫,০০০ ৰাণ সম্পূৰ্ণ কৰিবলৈ শচীনক ৫৭৭ ইনিংছ লাগিছিল। সামগ্ৰিকভাৱে তেওঁ ৬৬৪ খন মেচত ৩৪, ২৫৭ ৰাণ সংগ্ৰহ কৰিছিল। গড় আছিল ৪৮.৫২।

বিৰাটে ৫৪৯ টা ইনিংছতে সেই মাইলৰ খুঁটিত উপনীত হৈছে। অৰ্থাৎ, বিৰাটে শচীনতকৈ ২৮ টা ইনিংছ কম খেলি সেই অভিলেখ গঢ়িছে। আন্তৰ্জাতিক ক্ৰিকেটত দ্ৰুততম ২৫,০০০ ৰাণ কৰা তাৰকা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হৈছে কোহলী। তেওঁ গড় হৈছে ৫৩.৬৪। কোহলীৰ কেৰিয়াৰত মুঠ খেলৰ সংখ্যা হৈছে ৪৯২খন।

দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয় ইনিংছত বিৰাটে ৮৪ টা বলত ৪৪ ৰাণ কৰিছিল। কিন্তু তেওঁক যিধৰণে আউট দিয়া হৈছিল তাক লৈ বহুতে সুখী হ’ব নোৱাৰিলে। বহুতে সিদ্ধান্ত সমীক্ষা প্ৰণালীৰ (ডিআৰএছ) ওপৰত ক্ষোভ প্ৰকাশ কৰিছিল।

অৱশ্যে, দ্বিতীয় ইনিংছত বিৰাট বেয়াকৈ আউট হয়। ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কজন টড মাৰ্ফিৰ বলত ক্ৰীজৰ পৰা ওলাই আহি বলটো ডিফেণ্ড কৰিবলৈ গৈছিল। বলটো ওলাই যায়। অষ্ট্ৰেলিয়াৰ উইকেটকীপাৰজনে উইকেটৰ পিছফালে এটা সহজ ষ্টাম্পিং কৰে। দ্বিতীয় ইনিংছত বিৰাটে ২০ ৰাণ সংগ্ৰহ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক