--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাৰ্যালয়ৰ ফাইলৰ দমৰ মাজত এডাল সাপ ওলোৱাৰ কথাই তীব্ৰ আলোড়ণৰ সৃষ্টি কৰিছে উত্তৰ প্ৰদেশত। উত্তৰ প্ৰদেশ শক্তি নিগমৰ  সচিবালয়ৰ চতুৰ্থ মহলাত ঘটনা সংঘটিত হৈছে । উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ শক্তি ভৱনত ফাইলৰ  মাজৰ পৰা হঠাতে এডাল সাপ ওলাই আহে।

 ইয়াৰ পিছতে কাৰ্যালয়টোত হুৱা-দুৱা লাগে।  অৱশ্যে, সাপডাললৈ চাই সেয়া এডাল পোৱালি সাপ যেনেই অনুমান হৈছিল।  তাত উপস্থিত থকা কৰ্মচাৰীসকলে লাঠিৰ সহায়ত সাপডাল খেদি পঠিয়াবলৈ চেষ্টা চলায়।  

এজন কৰ্মচাৰীয়ে সাপডাল  মূৰৰ  পিছফালে ধৰি বাহিৰলৈ দলিয়াই দিয়ে।  এই ঘটনাৰ মাজতে সাপডালে  তাত উপস্থিত থকা এজন কৰ্মচাৰী অমিতোষ কুমাৰক দংশন কৰে। 

সাপে দংশন কৰাৰ  পিছতে  কৰ্মচাৰীজনক লগে লগে স্থানীয়  অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় । এই ঘটনাই এতিয়া ৰাজ্য খনত আলোড়ণৰ সৃষ্টি কৰিছে। বহুতে ধাৰণা কৰিছে যে ফাইলৰ দমৰ মাজত থকা নিগনি খাবলৈয়েই সাপডালে তালৈ আহিছিল। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক