--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: গোৱাত অনুষ্ঠিত SCO বৈঠকত অংশ লয় পাকিস্তানৰ বৈদেশিক মন্ত্ৰী বিলাৱাল ভূট্টো জৰ্দাৰীয়ে। আজি গোৱাত অনুষ্ঠিত হৈ যায় বৈদেশিক মন্ত্ৰীসকলৰ সন্মিলন। 

SCOৰ ৮খনকৈ সদস্য ৰাষ্ট্রৰ বৈদেশিক মন্ত্ৰীয়ে অংশ লয় এই বৈঠকত। অন্যান্য বিষয়ৰ লগতে বৈঠকত স্থান পায় সন্ত্ৰাসবাদৰ প্ৰসংগইও। সন্মিলনৰ উদ্বোধনী ভাষণত সন্ত্ৰাসবাদক লৈ কঠোৰ বাক্যবাণ ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ। পাকিস্তানৰ নাম নোলোৱাকৈ দেশখনক কটাক্ষ কৰে জয়শংকৰে। 

তেওঁ কয়, সকলো ৰাষ্ট্রই সন্ত্ৰাসবাদৰ বিৰুদ্ধে একেলগে যুঁজ দিব লাগিব। যিকোনো ধৰণৰ সন্ত্ৰাসবাদী আক্ৰমণ বন্ধ কৰিব লাগিব। বিশেষকৈ সীমান্তৰ পৰা অন্য দেশত সন্ত্ৰাসবাদ বিয়পোৱাৰ দৰে ঘটনা ৰোধ হ’ব লাগিব। SCOৰ মূল আদৰ্শৰ ভিতৰত অন্যতম হল সন্ত্ৰাসবাদীৰে মোকাবিলা কৰা। বিলাৱল ভূট্টোৰ উপস্থিতিত এই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে এছ জয়শংকৰে৷









FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে