--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এই বৈজ্ঞানিক পদ্ধতি। শিশু আৰু মহিলাৰ সৈতে জড়িত অপৰাধীৰ DNA ৰ নমুনাও মজুত থাকিব এই MCU ত।

ডিজিটেল ডেস্ক: এতিয়াৰে পৰা অপৰাধ কৰি সাৰি যাব নোৱাৰিব কোনো দাগী অপৰাধী, বিজ্ঞানসন্মতভাৱে আৰু এখোজ আগুৱালে অসম আৰক্ষী।


Criminal Procedure Identification Act 2022 ৰ অধীনত অসমত স্থাপন Measurement Collection Unit চমুকৈ MCU.


এই ব্যৱস্থাৰ দ্বাৰা অপৰাধীৰ DNA নমুনা বৈজ্ঞানিক পদ্ধতিৰে সংৰক্ষণ কৰিব পৰা যাব।


অপৰাধীৰ ফিংগাৰপ্ৰিণ্ট যেনেদৰে ডাটাবেছ কৰা হৈছিল একেদৰে এই MCU ৰ দ্বাৰা অপৰাধীৰ ৰেটিনা আৰু সমগ্ৰ শৰীৰ স্কেন কৰি ডাটাবেছ কৰি সংৰক্ষণ কৰা হ'ব।


পৰৱৰ্তী সময়ত ভাৰতৰ যিকোনো স্থানৰ পৰাই সেই ডাটা সংগ্ৰহ কৰিব পাৰিব আৰক্ষীয়ে।


যিকোনো অপৰাধৰ লগত জড়িত থকা অপৰাধীৰ তথ্য এই ছফ্টৱেৰৰ দ্বাৰা তাৎক্ষণিকভাবে পৰীক্ষা কৰিব পাৰিব আৰক্ষীয়ে


অসমৰ প্ৰতিখন জিলা সদৰত স্থাপন হৈছে MCU ব্যৱস্থা।


দেশৰ ভিতৰতে অসমত প্ৰথমবাৰৰ বাবে গ্ৰহণ কৰা হৈছে এই বৈজ্ঞানিক পদ্ধতি। শিশু আৰু মহিলাৰ সৈতে জড়িত অপৰাধীৰ DNA ৰ নমুনাও মজুত থাকিব এই MCU ত।


এই কথা সদৰী কৰে SDGP মুন্না প্ৰসাদ গুপ্তাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন