--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সদৌ অসম  ৭ বছৰ অনুৰ্দ্ধ আন্ত:জিলা দবা প্ৰতিযোগিতা ২০ জুলাইৰ পৰা আৰম্ভ হৈছে ।এই প্ৰতিযোগিতা ২২ জুলাই, ২০২২লৈ গুৱাহাটীৰ আৰ জি বৰুৱা পথত অৱস্থিত শিক্ষক ভৱনত অনুষ্ঠিত হব।  প্ৰতিযোগিতাখন সদৌ অসম দবা সন্থাৰ হৈ গুৱাহাটী দবা একাডেমীয়ে আয়োজন কৰিছে। 

প্ৰতিযোগিতা খন ছুইছ লীগ পদ্ধতিত লৰা আৰু ছোৱালী উভয় শাখাত অনুষ্ঠিত হৈছে ।  এই প্ৰতিযোগিতাৰ পৰাই আগন্তুক অনুৰ্দ্ধ ৭ বছৰৰ ৰাস্ত্ৰীয় দবাত অসমক প্ৰতিনিধিত্ব কৰিবলৈ লৰা আৰু ছোৱালী উভয় শাখাৰ পৰা প্ৰথম দুটা স্হান অধিকাৰ কৰা খেলুৱৈ সকলক বাছনি কৰা হব। 

 ইতিমধ্যেই  অসমৰ বিভিন্ন জিলাৰ পৰা মুঠ ৫১ জন খেলুৱৈয়ে অংশগ্ৰহণ নিশ্চিত কৰিছে।  ডিব্ৰুগড়, চৰাইদেউ, শিবসাগৰ, যোৰহাট, শোণিতপুৰ, নগাঁও, নলবাৰী, কৰিমগঞ্জ, কাছাৰ, কামৰূপ (গ্ৰাম্য) আৰু গুৱাহাটী জিলাই ইতিমধ্যে 

যোগদান কৰিছে।
২০জুলাই তাৰিখে ২ বজাত প্ৰতিযোগিতাখন  সদৌ অসম দবা সন্থাৰ সম্পাদক  ৰাজীৱ ধৰে মুকলি কৰে আৰু প্ৰথম ৰাউণ্ডৰ খেল সমূহ ৪ বজাৰ পৰা আৰম্ভ হয়। 








FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে