--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃচীনত শেহতীয়াকৈ উদ্ধাৰ হোৱা এক  নতুন জীৱাশ্মই এতিয়া হতবাক কৰি তুলিছে বিজ্ঞানীসকলক৷  বিজ্ঞানীসকলে আৱিষ্কাৰ কৰা জীৱাষ্মবিধ দেখিবলৈ  চৰাইৰ দৰে যদিও ইয়াৰ  জঁকাটো আকৌ  ডাইনোচৰৰ দৰে৷ এই জীৱাষ্মই বিজ্ঞানীসকলক চৰাইৰ বিৱৰ্তনৰ বহু আভাস দিবলৈ সক্ষম হ’ব বুলি ধাৰণা কৰা হৈছে৷ এই জীৱাষ্মক ডাইনোচৰৰ বংশধৰ বুলি বিশ্বাস কৰা হৈছে । জীৱবিজ্ঞানীসকলে এই  ১২০  নিযুত বছৰ পুৰণি জীৱাশ্ম বিচাৰি পোৱাৰ পিছতে নতুনকৈ জীৱৰ বিৱৰ্তনৰ বিষয়টো চিন্তা কৰিবলৈ বাধ্য হৈছে৷ 

গৱেষকসকলে উল্লেখ কৰিছে যে ক্ৰেটেচিয়াছ যুগ হৈছে এক সংকটজনক সময়ৰ ব্যৱধান য'ত স্থলজ মেৰুদণ্ডী প্ৰাণীৰ বিস্ফোৰক বৈচিত্ৰতা অন্তৰ্ভুক্ত হৈ আছিল৷ 

জীৱাশ্মবিধকলৈ  চীনৰ ইনষ্টিটিউট অফ  পেলোণ্টোলজী এণ্ড পেলিঅ'এনথ্ৰোপলজী (আইভিপিপি)ৰ জীৱবিজ্ঞানীসকলে গৱেষণা আৰম্ভ কৰিছে৷ বিজ্ঞানীৰ দলটোৱে উচ্চ-ৰিজলিউশ্বন কম্পিউটেড টমোগ্ৰাফী (চিটি) স্কেনিং ব্যৱহাৰ কৰি এই গৱেষণা চলাই গৈছে৷  ক্ৰেটোনাভিছৰ মগজুটো চৰাইৰ দৰে হোৱাৰ সলনি টাইৰানোচৰাছ ৰেক্সৰ দৰে ডাইনোচৰৰ সৈতে প্ৰায় একে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ