--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান যুগত বেছিভাগ লোকৰে ভুল জীৱনশৈলী আৰু দুৰ্বল খাদ্যভ্যাসে কলেষ্টেৰল বৃদ্ধি কৰাটো সাধাৰণ কথা হৈ পৰিছে। প্ৰযুক্তিৰ অগ্ৰগতিৰ লগে লগে আমি আগৰ তুলনাত অধিক এলেহুৱা হৈ পৰিছো, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু তেলীয়া খাদ্যৰ বাবে আমাৰ শৰীৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে, যাৰ ফলত পাছলৈ উচ্চ ৰক্তচাপ, ডায়েবেটিছ, হাৰ্টএটেক, ক’ৰ’নাৰী আৰ্টেৰী ডিজিজ, ট্ৰিপল ভেচেল ৰোগ আদি হ’বলৈ ধৰে।

 ১. কলেষ্টেৰল কি?

কলেষ্টেৰল হৈছে এটা আঠাযুক্ত পদাৰ্থ যি ভাল বা বেয়া দুয়োটা হ’ব পাৰে। ভাল কলেষ্টেৰলৰ জৰিয়তে শৰীৰত সুস্থ কোষ গঠন হয়, আনহাতে বেয়া কলেষ্টেৰলে হৃদৰোগ আৰু ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

 ২. তেজত কিমান পৰিমাণৰ কলেষ্টেৰল থাকিব লাগে?

নিৰ্ধাৰিত মান অনুসৰি সুস্থ প্ৰাপ্তবয়স্কসকলৰ কলেষ্টেৰলৰ পৰিমাণ ২০০ মিলিগ্ৰাম/ডেচিলিটাৰ পৰ্যন্ত হ’ব লাগে, যদি এই মাত্ৰা ২৪০ মিলিগ্ৰাম/ডেচিলিটাৰৰ ওপৰত উপনীত হয়, তেন্তে বুজিব যে বিপদ বৃদ্ধি পাইছে আৰু আপুনি আপোনাৰ জীৱনশৈলী আৰু খাদ্যাভ্যাস সলনি কৰিব লাগিব।

 ৩. আপোনাৰ পেৰিফেৰেল আৰ্টাৰী ডিজিজ আছে নেকি?

যদি তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি পায়, তেন্তে আপোনাৰ পেৰিফেৰেল আৰ্টেৰী ডিজিজো হ’ব পাৰে। ইয়াৰ ফলত ধমনীবোৰৰ ক্ষতি হয়। আচলতে ইয়াৰ ফলত ধমনীবোৰ সৰু হৈ পৰে আৰু ৰক্ত সঞ্চালনত প্ৰভাৱ পৰে।

 ৪. শৰীৰৰ এই অংশত তীব্ৰ বিষ হয়-

যিহেতু পেৰিফেৰেল আৰ্টেৰী ডিজিজ (PAD)ৰ বাবে শৰীৰত তেজৰ সোঁতত বাধাপ্ৰাপ্ত হয়, যাৰ বাবে শৰীৰত পৰিৱৰ্তন হোৱাটো নিশ্চিত। ব্যায়াম বা গধুৰ ৱৰ্কআউট কৰিলে উৰু, নিতম্ব আৰু ভৰিৰ তীব্ৰ বিষ হয়। গতিকে চিকিৎসকৰ কাষ চাপি কলেষ্টেলৰ মাত্ৰা পৰীক্ষা কৰোৱা উচিত।










FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু