--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকাল অহাৰ লগে লগে মানুহে ৰ’দত বহি ভাল পায়। ৰ’দত বহিলে শৰীৰে বহু উপকাৰ লাভ কৰে। আপুনি জানেনে শীতকালত মাত্ৰ ১০ মিনিট ৰ’দত বহিলেও বহু উপকাৰ পোৱা যায়।
 
কি কি উপকাৰ পাব জানি লওক

১) বিষণ্ণতা দূৰ- শীতকালৰ তীব্ৰ ঠাণ্ডাত সূৰ্যৰ পোহৰৰ অতি প্ৰয়োজন হয়। ঠাণ্ডাৰ বাবে বহুতে কম্বলৰ পৰাও ওলাই নাহে। ৰ'দত বহি থাকিলে মানুহৰ বিষণ্ণতা বহু পৰিমাণে কমি যায়।

২) ভিটামিন ডি- শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লেও ৰ’দত বহিব লাগে। সূৰ্যৰ পোহৰ অতি উপকাৰী, সেয়েহে গ্ৰহণ কৰিব লাগে।

৩) সুখী অনুভৱ- ৰ’দত বহি থাকিলে খুব সুখী অনুভৱ হয় আৰু ইয়াৰ ফলত শৰীৰৰ পৰা ভাগৰুৱা ভাৱো দূৰ হয়।

৪) ভাল টোপনি- যদি আপোনাৰ টোপনি নাহে আৰু ইয়াৰ দ্বাৰা আপুনি অতিশয় অশান্তি পায়, তেন্তে ৰ’দত বহিব লাগে আৰু আপুনি যেতিয়া শুব তেতিয়া আপোনাৰ টোপনি বহুত ভাল হ’ব।

৫) ইমিউনিটি বৃদ্ধি- ইমিউনিটি বৃদ্ধি কৰাটো অতি প্ৰয়োজনীয়। সেয়েহে দৈনিক সূৰ্যৰ পোহৰত বহিব লাগে, ইয়াৰ দ্বাৰা আপুনি নিজকে কেন্সাৰৰ পৰা ৰক্ষা কৰিব পাৰে আৰু লগতে বহু ৰোগৰ পৰাও সকাহ পাব পাৰে। ১০ মিনিট ৰ’দত বহিলেও শৰীৰৰ ইমিউনিটি বৃদ্ধি পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক