--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বৰ্তমান জীৱনশৈলীত বেছিভাগ লোকেই কলেষ্টেৰলৰ সমস্যাত ভুগি আছে। আনহাতে শৰীৰত দুই প্ৰকাৰৰ কলেষ্টেৰল থাকে, ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল। ভাল কলেষ্টেৰলক হাই ডেনচিটি লাইপোপ্ৰটিন (HDL) বুলি কোৱা হয়। ই ৰক্ত সঞ্চালন আৰু কলা গঠনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। আনহাতে বেয়া কলেষ্টেৰলক কম ঘনত্বৰ লাইপোপ্ৰটিন (LDL) বুলি কোৱা হয়। যি হৃদযন্ত্ৰৰ ধমনীবোৰৰ ওপৰত জমা হয়। যাৰ কাৰণে হৃদযন্ত্ৰলৈ তেজ চলাচলত সমস্যা হয়।

 শৰীৰৰ কোষ, ভিটামিন আৰু হৰম’নৰ পৰিৱৰ্তনত কলেষ্টেৰলৰ গুৰুত্বপূৰ্ণ ভূমিকা।শৰীৰত কলেষ্টেৰলৰ বাবে বহুতো পৰিৱৰ্তন ঘটে। চেচুৰেটেড ফেটেৰে তৈয়াৰী বস্তু যেনে-পাম অইল, নাৰিকল তেল, ৰিফাইন অইল খালে কলেষ্টেৰল বৃদ্ধি পায়। বেয়া কলেষ্টেৰল বৃদ্ধি হ’লে হাৰ্টএটেক, হাৰ্ট ফেইলাৰ, ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। যিসকল লোকৰ বি পি সমস্যা আছে, তেওঁলোকে খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱাৰ প্ৰয়োজন। খাদ্য তালিকাত অধিক স্বাস্থ্যকৰ বস্তু অন্তৰ্ভুক্ত কৰিব লাগিব। যাতে বেয়া কলেষ্টেৰল বৃদ্ধি নহয়।

 অটমিলে বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে। স্বাস্থ্যৰ বাবে ই অতি উপকাৰী। অটমিলত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু এল ডি এল কমায়। পুৱাৰ ব্ৰেকফাষ্টত স্বাস্থ্যসন্মত খাদ্য অন্তৰ্ভুক্ত কৰক।

 মাছ, সৰিয়হৰ তেল, শণৰ গুটি, চিয়াত প্ৰচুৰ পৰিমাণে ওমেগা-৩ ফেটি এচিড থাকে। এইবোৰত ভাল কলেষ্টেৰল পোৱা যায়। যিবোৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ভাল কলেষ্টেৰল বেছিকৈ এইবোৰ বস্তু যেনে-ছালমন, টুনা মাছত পোৱা যায়। চিয়া গুটি, ৰাগী, লিনচিড গুটি, জোৱাৰ, বাজৰা আদি গুটি থকা ফলবোৰ শীতকালত খোৱা উচিত। আখৰোটত ভাল কলেষ্টেৰল থাকে। ইয়াত প্ৰচুৰ পৰিমাণে মাল্টিভিটামিন আৰু এন্টিঅক্সিডেন্ট পোৱা যায়। কিন্তু আলমণ্ড অতিৰিক্তভাৱে খাব নালাগে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক