--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পৰিৱৰ্তিত বতৰত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দ্ৰুতগতিত হ্ৰাস পায়। বিশেষকৈ শীতকালত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা অতি দুৰ্বল হৈ পৰে। এই সময়ছোৱাত ঋতুভিত্তিক ৰোগ যেনে-চৰ্দি-জ্বৰ,  কাহত আক্ৰান্ত হোৱাটো সাধাৰণ কথা। এইবোৰৰ পৰা হাত সাৰিবলৈ আমি আমাৰ খাদ্যাভ্যাসৰ বিশেষ যত্ন লোৱা উচিত। ইয়াৰ বাবে শৰীৰত পুষ্টিকৰ উপাদানৰ অভাৱ নহয় আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

 তালিকাত অন্তৰ্ভুক্ত কৰক এইসমূহ খাদ্য-

১. পাকঘৰত থকা মছলাই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে। আদা, নহৰু, হালধি, জালুক আৰু লং ব্যৱহাৰ কৰি ঠাণ্ডা বতৰত চৰ্দি-জ্বৰৰ পৰা পৰিত্ৰাণ পাব পাৰি। এই মছলাৰ প্ৰভাৱ গৰম, যাৰ ফলত শৰীৰত তাপ নিয়ন্ত্ৰণ কৰে আমাক ৰোগৰ পৰা ৰক্ষা কৰে।

২. শীতকালত সেউজীয়া শাক-পাচলিৰ বজাৰ উভৈনদী হৈ পৰে। স্বাস্থ্য বিশেষজ্ঞসকলে কয় যে শীতকালত কচু সেৱন কৰিলে পেটৰ লগত জড়িত ৰোগ নিৰাময় হয়। এই সেৱনৰ বাবে শৰীৰত এন্টিঅক্সিডেন্ট, ফাইবাৰ, জিংক, ভিটামিন-চি আৰু ফলেটৰ দৰে প্ৰয়োজনীয় পুষ্টিকৰ উপাদানৰ অভাৱ পূৰণ হয়। ইয়াৰ ব্যৱহাৰৰ ফলত ৰোগ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী হয়।

৩. ছাইট্ৰাছ ফল সেৱনে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াত থকা ভিটামিন-চিয়ে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, গতিকে কমলা আৰু নেমু, জামুৰ দৰে ফল শীতকালত দৈনিক সেৱন কৰিব লাগে। স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে স্মৃতিশক্তিকো প্ৰভাৱিত কৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক