--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শীতকালত খেজুৰ খালে বহু উপকাৰ পোৱা যায়। খেজুৰত পুষ্টিকৰ উপাদানৰ ভঁৰাল থাকে। খেজুৰত আইৰণ, খনিজ পদাৰ্থ, কেলচিয়াম, এমিনো এচিড, ফছফৰাছ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে পোৱা যায়। এটা খেজুৰে ২৩ কেলৰি দিয়ে। খেজুৰ খোৱাৰ পাঁচটা উপকাৰৰ বিষয়ে 
জানো আহক। 

খেজুৰ খোৱাৰ ৫ টা ডাঙৰ উপকাৰ

১) হাড় মজবুত হয়ঃ খেজুৰত থকা নিমখবোৰে হাড়বোৰ মজবুত কৰাৰ কাম কৰে। ইয়াত কেলচিয়াম, চেলেনিয়াম, মেংগানিজ আৰু কপাৰ থাকে, যিয়ে হাড় শক্তিশালী কৰে।

২) ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়কঃ খেজুৰ সেৱন কৰিলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়। ইয়াত গ্লুক’জ আৰু ফ্ৰুক্ট’জ প্ৰচুৰ পৰিমাণে থাকে, গতিকে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়।

৩) ছালৰ বাবে উপকাৰীঃ খেজুৰ ছালৰ বাবেও অতি উপকাৰী। খেজুৰ খালে মুখখন কোমল খায় আৰু ছালখন উজ্জ্বল কৰি তোলে।

৪) ওজন বৃদ্ধিত ফলপ্ৰসূঃ যদি আপোনাৰ ওজন কম তেন্তে খেজুৰ খোৱাটো আপোনাৰ বাবে উপকাৰী। ইয়াত চেনি, ভিটামিন আৰু বহুতো প্ৰয়োজনীয় প্ৰটিন থাকে যিয়ে ওজন বৃদ্ধিৰ কাম কৰে। যদি আপুনি অতি ক্ষীণ, তেন্তে দৈনিক চাৰিৰ পৰা পাঁচটা খেজুৰ খাবলৈ আৰম্ভ কৰক। কিছু সময়ৰ পিছত ফলাফল দেখিবলৈ আৰম্ভ কৰিব।

৫) তৎক্ষণাত শক্তি প্ৰদানকাৰীঃ খেজুৰত পৰ্যাপ্ত পৰিমাণৰ গ্লুক’জ, ফ্ৰুক্ট’জ আৰু চুক্ৰ’জ পোৱা যায়। সেইবাবেই ইয়াৰ সেৱন তৎক্ষণাত শক্তিৰ বাবে অতি উপকাৰী। সেৱন কৰাৰ লগে লগে আপুনি শক্তি লাভ কৰিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক