--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কল এনেকুৱা এবিধ ফল যে সকলোৱে খাই ভালপায়। কল খালে স্বাস্থ্যৰ বহুতো উপকাৰ পোৱা যায়। কিন্তু শীতকালত বেছিভাগ লোকেই কয় যে কল নাখাব, নহ’লে বেমাৰত পৰিব বা ঠাণ্ডা লাগিব। কিন্তু এই বিভ্ৰান্তি দূৰ কৰি শীতকালত কল সেৱন কৰিব পাৰি নে নাই জানো আহক।

 আপুনি শীতকালত কল খায়নে?

কলত প্ৰচুৰ পৰিমাণে পটাছিয়াম পোৱা যায়। আনহাতে, যদি শীতকালত পানী কমকৈ খায়, তেন্তে এই ফলবিধে আপোনাৰ শৰীৰত পানীৰ অভাৱো পূৰণ কৰে। এই ফলত থকা ১০০ কেলৰি শৰীৰক শক্তি প্ৰদান কৰে।

 ঠাণ্ডাত কল খোৱাটো উচিতনে?

শীতকালত কল খাব পাৰে। কলত থকা পটাছিয়ামে শৰীৰত তেজৰ সোঁত বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ ফলত মানুহৰ ছালৰ সকলো কোষে প্ৰচুৰ পৰিমাণে অক্সিজেন আৰু পুষ্টি লাভ কৰে। ইয়াৰ লগতে ছাললৈ এক উজ্জ্বলতা আহে।

 ছালে প্ৰচুৰ পৰিমাণে অক্সিজেন লাভ কৰে-

মহিলাসকলে পাৰ্লাৰত ফেচিয়েল কৰিবলৈ হাজাৰ হাজাৰ টকা খৰচ কৰে। কিন্তু জানেনে যে দৈনিক এটা কল খালেই পাৰ্লাৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। কাৰণ কলে ছালখন ভিতৰৰ পৰা জিলিকাই তোলে। কলত থকা পটাছিয়ামে ছালত কলাজেনৰ মাত্ৰা বৃদ্ধিতো সহায় কৰে। কল খোৱাৰ ফলত ছালখন প্ৰাকৃতিকভাৱে কোমল হৈ পৰে। পটাছিয়ামৰ লগতে কলত মেংগানিজ, মেগনেছিয়াম আৰু ভিটামিন-চি পোৱা যায়।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক