--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজি পঞ্চম দিনৰ খেলখন কেনিংটন অভেলত অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ’ব। পঞ্চম দিনা খেলখনত জয়ী হ’বলৈ অষ্ট্ৰেলিয়াই ২৪৯ ৰান সংগ্ৰহ কৰিব লাগিব। অৱশ্যে শেহতীয়াকৈ ইংলেণ্ডৰ বেগী বলাৰ ষ্টুয়াৰ্ট ব্ৰডে ঘোষণা কৰিছিল যে কেনিংটন অ’ভেল টেষ্ট তেওঁৰ অন্তিমখন আন্তঃৰাষ্ট্ৰীয় মেচ হ’ব। অৰ্থাৎ আজি ষ্টুয়াৰ্ট ব্ৰডক ইংলেণ্ডৰ হৈ শেষবাৰৰ বাবে খেলা দেখা যাব।

একে সময়তে ইংলেণ্ডৰ হৈ অন্তিমবাৰৰ বাবে ষ্টুয়াৰ্ট ব্ৰড আৰু জেমছ এণ্ডাৰছনে একেলগে বলিং কৰা দেখা যাব। দুয়োগৰাকী খেলুৱৈয়ে দীৰ্ঘদিন ধৰি দলৰ হৈ একেলগে বলিং কৰি আহিছে। আচলতে ষ্টুয়াৰ্ট ব্ৰড আৰু জেমছ এণ্ডাৰছনে একেলগে ১০৩৭ জন খেলুৱৈক আউট কৰিছে। ষ্টুয়াৰ্ট ব্ৰড আৰু জেমছ এণ্ডাৰছনক ক্ৰিকেট ইতিহাসৰ সফল বলাৰৰ ভিতৰত গণ্য কৰা হয়। 

অৱশ্যে ষ্টুয়াৰ্ট ব্ৰডৰ পূৰ্বে জেমছ এণ্ডাৰছনে ক্ৰিকেটত অভিষেক ঘটায়। ২০০৩ চনত জেমছ এণ্ডাৰছনে প্ৰথম টেষ্ট মেচ খেলিছিল। আনহাতে ষ্টুয়াৰ্ট ব্ৰডে ২০০৭ চনত টেষ্টত অভিষেক ঘটায়। এইদৰে জেমছ এণ্ডাৰছনে ষ্টুয়াৰ্ট ব্ৰডৰ প্ৰায় ৪ বছৰ আগতেই খেলিবলৈ আৰম্ভ কৰিছিল। একে সময়তে ২০০৮ চনত ষ্টুয়াৰ্ট ব্ৰড আৰু জেমছ এণ্ডাৰছনে প্ৰথমবাৰৰ বাবে একেলগে খেলিছিল। এইদৰে ষ্টুয়াৰ্ট ব্ৰড আৰু জেমছ এণ্ডাৰছনে প্ৰায় ১৬ বছৰ একেলগে খেলিছিল। লগতে দুয়োজনে নিজৰ নামত বহু ডাঙৰ অভিলেখ গঢ়িলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অস্ত্ৰ নিৰ্মাণকাৰী কোম্পানীৰ উপাৰ্জন ৫.৯% বৃদ্ধি, বিশ্বৰ ১০০টা কোম্পানীক লৈ ষ্টকহম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানৰ তথ্য
কোকৰাঝাৰত ৰাজ্য চৰকাৰ-বি টি চিৰ সমন্বয় বৈঠক; জানুৱাৰীত প্ৰধানমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব কোকৰাঝাৰ-ভূটান ৰে'লপথৰ নিৰ্মাণকাৰ্য
চালক-কর্মচাৰীৰ ধর্মঘটত অচল মৃত্যুঞ্জয় ১০৮ সেৱা
পাঁচ দিনে প্ৰৱেশদ্বাৰ বন্ধ, ৭২ দিনত ভৰি দিলে তেজপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিবাদ
আঘোণৰ পথাৰত ধান কাটি আপোনপাহৰা ইজৰাইলৰ পৰ্যটক
৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগত মন্ত্ৰী গোটে দাখিল কৰা প্ৰতিবেদনৰ বিৰোধিতাৰে পুনৰ সৰৱ অখিল গগৈ
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ
জামুগুৰিহাটত হেংদাং লৈ লাচিতৰ বেশত তেৰশ যুৱক
নাজিৰাত নিশা আৰক্ষীৰ অভিযান; বৃহৎ পৰিমানৰ ড্ৰাগ্‌চ সহ তিনি সৰৱৰাহকাৰী আটক