--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ অন্যতম সুমিষ্ট মিঠাই- জেলেপী বা জিলাবি। ভাৰতৰ বিভিন্ন প্ৰান্তত বিভিন্ন প্ৰকাৰৰ জেলেপী উপলব্ধ। কোনো কোনো ঠাইত জেলেপী  ঠাণ্ডা ৰাবৰিৰ সৈতে পৰিবেশন কৰা হয়, আন কোনো ঠাইত কেশৰ জেলেপী  খাবলৈ মানুহে পছন্দ কৰে। কিন্তু ‘মাউণ্টেন ডিউ জেলেপী’ নামটো কেতিয়াবা শুনিছেনে? আচৰিত যেন লাগিলেও এই সেউজীয়া জেলেপী  বাংগালুৰুত যথেষ্ট জনপ্ৰিয়।

এই জেলেপীৰ আচল নাম আৱেৰবেলে জেলেপী । এই জেলেপী  বনাবলৈ মাউণ্টেন ডিউ নামৰ কোনো শীতল পানীয় ব্যৱহাৰ কৰা নহয়। উজ্জ্বল সেউজীয়া ৰঙৰ বাবে স্থানীয় লোকে এই জেলেপীক ‘‘মাউণ্টেন ডিউ জেলেপী’ বুলি কয়।

এই জেলেপী বেংগালুৰুবাসীৰ বাবে নতুন নহয়। কিন্তু শেহতীয়াকৈ ফুড ব্লগাৰ অমৰ শিৰোহীয়ে তোলা সেউজীয়া জেলেপীৰ ফটো এতিয়া ছ’চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈছে। এই জেলেপীৰ প্ৰতি সকলোৰে বৰ আগ্ৰহ আছে।

এইবিধ জেলেপি পাচলিৰ পৰা তৈয়াৰ কৰা হয়। এই জেলেপীৰ সেউজীয়া ৰং বীনৰ পৰা আহিছে। তৰকাৰী বনাবলৈ যি বীন ব্যৱহাৰ কৰা হয়, সেইবোৰেই  জেলেপী বনাবলৈ ব্যৱহাৰ কৰা হয়।

ফুড ব্লগাৰ অমৰে তেওঁৰ শ্বেয়াৰ কৰা পোষ্টটোত কয় যে এই জিলিপিখন দেশৰ আন প্ৰান্তৰ পৰা কেৱল ৰং নহয়, সোৱাদৰ দিশতো সম্পূৰ্ণ পৃথক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস