--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চলিত জুন মাহতে ৰাজ্যখনত ১০০জন লোক ছিগেল্লা ভাইৰাছত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে।

ডিজিটেল ডেস্ক: চলিত বৰ্ষত কেৰালাত ছিগেল্লা ভাইৰাছৰ সংক্রমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এতিয়ালৈকে কমেও লোকে ৬জন এই ভাইৰাছত আক্ৰান্ত হৈ প্রাণ হেৰুৱাইছে ৰাজ্যখনত। কেৰালাত বর্তমান দুই শতাধিক লোক এই ভাইৰাছত আক্ৰান্ত হৈছে। কেৰালাৰ স্বাস্থ্য বিভাগে ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণৰ বিষয়ত নিৰীক্ষণ আৰু প্ৰতিৰোধমূলক ব্যৱস্থা বৃদ্ধি কৰিছে। 


চলিত জুন মাহতে ৰাজ্যখনত ১০০জন লোক ছিগেল্লা ভাইৰাছত আক্ৰান্ত হৈছে। ৰাজ্যখনত এই ভাইৰাছৰ সংক্ৰমণ দ্রুতগতিত বৃদ্ধি পাইছে। জানুৱাৰী আৰু জুন মাহৰ ভিতৰত কোঝিকোড়েত সর্বাধিক ৮৪জন লোক এই ভাইৰাছত আক্রান্ত হয়। ঠিক সেইদৰে মাল্লাপুৰমত ২৫জন লোক আক্ৰান্ত হৈছে, ইয়াৰে ৩জনৰ মৃত্যু হৈছিল। 


উল্লেখযোগ্য যে এই ভাইৰাছত আক্রান্ত হ'লে গুৰুতৰভাৱে অন্ত্ৰত সংক্রমণ হয়। ভেজাল খাদ্য আৰু দূষিত পানীৰ জৰিয়তে এই ৰোগৰ সংক্ৰমণ হয় আৰু আক্রান্ত ব্যক্তিৰ সংস্পৰ্শলৈ আহিলে আন এজন ব্যক্তিৰ দেহলৈ এই ৰোগৰ সংক্ৰমণ হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ