--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • বতৰৰ এই জৰুৰী সতর্কবাণী হঠাতে ম'বাইল ফ'নত বাজি উঠে আৰু লাখ লাখ জনতাক সচকিত কৰি তোলে। কিন্তু ঘৰৰ বাহিৰৰ পৰিৱেশ চাই বাসিন্দাসকল আচৰিত হৈ পৰে।

ডিজিটেল ডেস্ক : কেতিয়াবা পুৱাৰ ভাগত, কেতিয়াবা দুপৰীয়া আৰু কেতিয়াবা মাজনিশা হঠাতে বিশাল শব্দৰে ম'বাইলত সংকেত ধ্বনি বাজি উঠে। এই সংকেত ধ্বনি হৈছে অতি প্রতিকূল বতৰৰ। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আই এম ডি) ধুমুহা-বৰষুণ, বজ্রপাত, প্ৰবল বৰষুণৰ সতর্কবাণী দিবলৈ এই বিশাল সংকেত ধ্বনি ম'বাইল ফ'নত দিয়ে। 


বতৰৰ এই জৰুৰী সতর্কবাণী হঠাতে ম'বাইল ফ'নত বাজি উঠে আৰু লাখ লাখ জনতাক সচকিত কৰি তোলে। কিন্তু ঘৰৰ বাহিৰৰ পৰিৱেশ চাই বাসিন্দাসকল আচৰিত হৈ পৰে। বহিৰত প্ৰতিকূল বতৰৰ কোনো চিন-মোকাম নাই। দেশৰ বিভিন্ন অঞ্চলত বৰ্তমান সময়ত আই এম ডিয়ে এনেধৰণৰ প্ৰতিকূল বতৰৰ সতর্কবাণী ম'বাইল ফ'নত দি আহিছে। নতুনকৈ বিতৰ্কৰ সূত্রপাত হয় দিল্লী-এন চি আৰত। নিশা দুই বজাত দিল্লী আৰু ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ বাসিন্দাৰ ম'বাইল ফ'নলৈ হঠাতে আই এম ডিৰ সতর্কবাণী আহে। 


ঠিক সেইদৰে উত্তৰ প্ৰদেশ আৰু চুবুৰীয়া অঞ্চলতো 'অতি গুৰুতৰ' বতৰৰ সতর্কবাণী আহে। এই সতর্কবাণী শেষ নিশা অথবা কাহিলিপুৱাৰ ভাগত আহে। কিন্তু এই বতৰৰ সতর্কবাণীৰ পাছত তেনেধৰণৰ কোনো প্রতিকূল বতৰৰ পৰিস্থিতি সৃষ্টি নহ'ল। ইয়াক লৈ বাসিন্দাসকল বিৰক্ত হৈ পৰিছে। দেশৰ অধিকাংশ অঞ্চলতে এনেধৰণৰ ঘটনা প্রায়ে ঘটিবলৈ লৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ