--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ কেটৰিনা কাইফৰ নতুন নাম- কিট্টু! এই কথা নিজে প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। ‘কপিল  শৰ্মা শ্ব’ত অংশ লৈ কেটৰিনাই এই কথা জনাইছে।

কিন্তু কোনে দিলে এই নাম? অভিনেত্ৰীগৰাকীয়ে জনায় যে তেওঁৰ শহুৰৰ ঘৰৰ পৰা এই নাম পাইছে। কেটৰিনাক সাধাৰণতে ‘কেট’ বুলিয়ে সকলোৱে মাতে, কিন্তু শহুৰৰ ঘৰত তেওঁক মতা হৈছে ‘কিট্টু’ নামেৰে।

উল্লেখ্য যে ভিকী কৌশলৰ স’তে বিবাহপাশত আৱদ্ধ হৈছিল কেটৰিনা কাইফ। এটা পাঞ্জাৱী পৰিয়ালত বিবাহ হোৱা বাবেই কেটৰিনাই ‘কিট্টু’ নাম পাইছে।

বৈবাহিক জীৱনৰ বিষয়ে কেটৰিনাই জনাই যে তেওঁলোকৰ সংসাৰ সুন্দৰভাৱেই চলি আছে। শহুৰৰ ঘৰৰ পৰাও অনেক আদৰ লাভ কৰিছে। কেটৰিনাই কয় যে শাহুৱেকে তেওঁক ব্ৰেকফাষ্টত মিঠা আলু সিজাই খোৱাই আহিছে।

আনহাতে, বৈবাহিক জীৱনৰ সমান্তৰালভাৱে বলিউডৰ কেৰিয়াৰতো ব্যস্ত আছে কেটৰিনা। মুক্তি লাভ কৰিবলৈ উলাইছে ‘ফোন ভূত’।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক