--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিয়াৰ পিছত অভ্যৰ্থনা অনুষ্ঠানত ব্যস্ত আছে সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানী। এনে পৰিস্থিতিতে দম্পতীহালক লৈ স্বঘোষিত চলচ্চিত্ৰ সমালোচক কমল আৰ খান ওৰফে কে আৰ কেয়ে টুইটাৰত এটা বিতৰ্কিত মন্তব্য কৰিছে।

তেওঁ লিখিছে, “প্ৰথমে গৰ্ভৱতী হোৱা আৰু পিছত বিয়া হোৱাটো বলীউডৰ এটা ট্ৰেণ্ডত পৰিণত হৈছে। সূত্ৰ অনুসৰি, বলীউডৰ শেহতীয়া বিবাহখনৰ কাৰণো একেই। বঢ়িয়া!"



উল্লেখযোগ্য যে আলিয়া ভাটে ৰণবীৰ কাপুৰৰ সৈতে বিবাহৰ ডেৰ-দুমাহৰ ভিতৰতে গৰ্ভধাৰণৰ কথা ঘোষণা কৰিছিল। শেহতীয়াকৈ ৰাজস্থানত সিদ্ধাৰ্থ আৰু কিয়াৰাৰ বিবাহ হয়। নেটিজেনৰ মতে কে আৰ কেৰ এই টুইটটোৱে তেওঁলোকক উপহাস কৰিছে।

ইফালে কিয়াৰা আৰু সিদ্ধাৰ্থৰ মুম্বাইত অভ্যৰ্থনাপৰ্ব আৰম্ভ হৈছে। অতিথি হিচাপে আহি আছে বলীউডৰ তাৰকা। বিয়া উপলক্ষে পাপাৰাজ্জীসকলকো মিঠাই বিতৰণ কৰে সিদ্ধাৰ্থ-কিয়াৰাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement