--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক

বিশ্ববিদ্যালয় অনুদান আয়োগে শিক্ষাৰ্থীসকলৰ মাজত এক ইতিবাচক মানসিকতা গঢ়ি তুলিবলৈ ধ্যান আৰু মানসিক স্বাস্থ্যৰ ওপৰত এক ঘণ্টাৰ সজাগতা অধিৱেশন আয়োজন কৰিবলৈ আহ্বান জনাইছে। ই শিক্ষানুষ্ঠানসমূহক কাৰ্যসূচীটোৰ বাবে এজন অভিজ্ঞ শিক্ষকক 'ধ্যান দূত' হিচাপে মনোনীত কৰিবলৈ আহ্বান জনাইছে।

প্ৰতিখন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ে ইয়াৰ বাবে tiny.cc/hgd-college পৰ্টেললৈ গৈ আৰু এই কাৰ্যসূচীৰ বাবে কেইজনমান অভিজ্ঞ শিক্ষক/কৰ্মচাৰীক 'ধ্যান দূত' হিচাপে মনোনীত কৰি আবেদন পত্ৰ পূৰণ কৰিব লাগিব।

এই কাৰ্যসূচীৰ পাঠ্যক্ৰম 'আৰ্ট অফ লিভিং'ৰ প্ৰতিষ্ঠাপক ৰবি শংকৰে প্ৰস্তুত কৰিছে। তেওঁৰ ফাউণ্ডেচনৰ প্ৰশিক্ষিত শিক্ষকসকলে আগ্ৰহী প্ৰতিষ্ঠানসমূহত বিনামূলীয়াকৈ কাৰ্যসূচীটো পৰিচালনা কৰিব, ইউজিচিয়ে কয়।

তদুপৰি, ইউজিচিয়ে কয় যে 'আজাদী কে অমৃত মহোৎসৱ' কাৰ্যসূচীৰ অংশ হিচাপে কেন্দ্ৰীয় সংস্কৃতি মন্ত্ৰালয়ে যুটীয়াভাৱে আৰ্ট অৱ লিভিং ফাউণ্ডেচনৰ সহযোগত 'হৰ ঘৰ ধ্যান'ৰ এক অভিযান চলাব। এই অভিযানত সকলো ৰাইজৰ বাবে ধ্যান আৰু মানসিক স্বাস্থ্যৰ ওপৰত এক ঘণ্টাৰ সজাগতা অধিৱেশন আয়োজন কৰা হ'ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক