--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইডেনত শ্ৰীলংকাক পৰাস্ত কৰি শৃংখলা জয়ৰ আনন্দত যেন উটি-ভাঁহি গ’ল ভাৰতীয় দল।খেলখনত  অনুষ্ঠিত হোৱা লেজাৰ প্ৰদৰ্শনীৰ  সময়তে সেয়ে যেন উচ্ছাসক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে বিৰাট, ঈশানে। শ্ৰীলংকাৰ ইনিংছৰ শেষত বিৰাট কোহলী আৰু ঈশান কিষাণে কৰা উদ্দাম নৃত্যৰ ভিডিঅ’ এতিয়া ভাইৰেল হৈ পৰিছে ।

বিৰাটক ইডেনত ফিল্ডিং কৰোঁতেও নৃত্য কৰা দেখা গৈছিল। ভাৰতে মেচখন ৪ উইকেটত জিকিছে। তাৰ পিছতে সমগ্ৰ ইডেনত পোহৰৰ খেল চলিছিল। গানৰ সুৰ আৰু পোহৰৰ খেলত বিৰাটো দৰ্শকৰ দৰেই হৈ পৰিছিল। বিৰাটৰ নৃত্যৰ এটা ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টোত বিৰাট আৰু ঈশানক ইডেনত মায়াময় পোহৰৰমাজত নাচি  থকা দেখা গৈছে। এই নৃত্যৰ  অলপ আগতে ভাৰতে শ্ৰীলংকাৰ বিৰুদ্ধে জয়লাভ কৰিছিল। 



 ইডেনত প্ৰথমে বেটিং কৰি ভাৰতে ২১৫ ৰাণ সংগ্ৰহ কৰিছিল। কুলদীপ যাদৱ আৰু মহম্মদ চিৰাজে তিনিটাকৈ উইকেট দখল কৰিছিল। উমৰণ মালিকে দুটা উইকেট দখল কৰিছিল। অক্ষৰ পেটেলে এটা উইকেট লৈছিল।  

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক