--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হত্যাৰ ভাবুকি দিয়া হৈছে শিৱসেনাৰ উদ্ধৱ থাকৰে শিবিৰৰ সাংসদ সঞ্জয় ৰাউতক। শুকুৰবাৰে নিশা তেওঁ ফোনযোগে এই ভাবুকি লাভ কৰে। তাৰপাছতে এই বিষয়ে আৰক্ষীক অভিযোগ দিছে সাংসদগৰাকীয়ে। ৰাউতে দাবী কৰা মতে, শুকুৰবাৰে নিশা তেওঁৰ মোবাইল ফোনত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ নামত এটা মেছেজ আহিছিল।

ইতিমধ্যে আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে।  ৰাউতে কয়, ‘’ফোনত ভাবুকিৰ স’তে মেছেজ আহিছে। মই আৰক্ষীক খবৰ দিছো। কিন্তু এই চৰকাৰে এই বিষয়ত চিন্তিত নহয়। মোক আগতেও ভাবুকি দিয়া হৈছে।’’

ৰাউটে জনাইছে যে বাৰ্তাটোত এইদৰে লিখা আছিল- ''দিল্লীত লগ কৰ। মই তোক এ কে ৪৭ ৰে উৰুৱাই দিম। মুছেৱালাৰ দৰে অৱস্থা কৰিম। ছলমান আৰু তই ফিক্স।‘’

আৰক্ষীয়ে ঘটনাটোৰ তদন্ত কৰি আছে। ইতিমধ্যে আৰক্ষীয়ে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে। 

অৱশ্যে এই সন্দৰ্ভত তেওঁ বিশেষ চিন্তিত নহয় বুলি কয় ৰাউতে। তেওঁ কয়, “যেতিয়া পূৰ্বে নিৰাপত্তা প্ৰত্যাহাৰ কৰা হৈছিল, তেতিয়াও মই কোনো পত্ৰ লিখা নাছিলো।”

FOLLOW US F
POPULAR
FEATURE
TRENDY
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
চাৰ্টৰ জেপত ফোন ৰাখিলে হাৰ্টবিটত কি প্ৰভাৱ পৰে?
এল নিন'ৰ প্ৰভাৱত বতৰৰ পৰিৱৰ্তন! খৰাঙৰ কবলত দেশৰ ৫১% অঞ্চল
জন্মদিনৰ দিনাই দেশবাসীলৈ সোণালী উপহাৰ;এছিয়ান গেমছত স্বৰ্ণজয় লাভলীনা বৰগোহাঁইৰ
লিডুত ডাম্পাৰ আৰু টাটা বাহনৰ মুখামুখি সংঘৰ্ষ; তিনিজন গুৰুতৰভাৱে আহত
ৰাতি ভালদৰে শোৱাৰ পিছতো পুৱা এলাহ ভাৱ থাকে নেকি? সমাধান জানি লওক
নাহৰকটীয়া নামচাঙত হাতীৰ আক্ৰমণত পিতৃ-কন্যাৰ কৰুণ মৃত্যু
প্ৰেমানন্দ মহাৰাজৰ দীক্ষিত যুৱ সাধুৰ চাৰি মহলীয়া অট্টালিকাৰ পৰা জঁপিয়াই আত্ম*হত্যা
পুনৰ ২৯ ছেপ্টেম্বৰত ৮০০ কোটি টকাৰ ঋণ ল’ব অসম চৰকাৰে
AIক নিয়ন্ত্ৰণ নকৰিলে বিপদত পৰিব মানৱ জাতি
ডুমডুমাত ছুইফ্ট বাহনত সন্দেহযুক্ত হেৰ’ইনসহ তিনিজনক আটক
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?