--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতত ইতিমধ্যে নাকেৰে গ্ৰহণ কৰিব পৰা কোভিডৰ ভেকছিনৰ প্ৰচলন আৰম্ভ হৈছে৷ কিন্তু সকলো লোকেই এই ভেকছিন গ্ৰহণ কৰিব নোৱাৰিব৷ বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে যিসকলে ইতিমধ্যে বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিছে তেওঁলোকে ভাৰত বায়োটেকৰ নাকেৰে গ্ৰহণ কৰিব পৰা  কোভিড ভেকছিন ইনকোভাক গ্ৰহণ কৰিব নোৱাৰিব।

টিকাকৰণ সম্পৰ্কীয় ৰাষ্ট্ৰীয় কাৰিকৰী গোটৰ (এনটিএজিআই) মুৰব্বী এন কে অৰোৰাই সংবাদ মাধ্যমৰ আগত কয়, "নাকৰ কোভিড ভেকছিনক প্ৰথম বুষ্টাৰ ভেকছিন হিচাপে গ্ৰহণ কৰিব পাৰি। যদি কোনোবাই ইতিমধ্যে বুষ্টাৰ ভেকছিন গ্ৰহণ কৰিছে, তেন্তে তেওঁক নাকৰ কোভিড ভেকছিন দিয়া নহ'ব।

এই ভেকছিনটো তেওঁলোকৰ বাবে যিসকলে এতিয়ালৈকে বুষ্টাৰ ভেকছিন লাভ কৰা নাই। কো-উইন পৰ্টেলত যদি কোনোবাই চতুৰ্থবাৰৰ বাবে নাকৰ ভেকছিন বুক কৰে, ইয়াক গ্ৰহণ কৰা নহ'ব। ''এন.কে. অৰোৰাৰ মতে, এই ভেকছিনে কেৱল কোভিডৰ বিৰুদ্ধেই নহয়, শ্বাসতন্ত্ৰক আক্ৰমণ কৰা যিকোনো ভাইৰাছৰ বিৰুদ্ধেও শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালী গঢ়ি তোলাত সফল হ'ব। 

১৮ বছৰৰ অধিক বয়সৰ যিকোনো লোকে এই ভেকছিনটো ল'ব পাৰে। এই ভেকছিন গ্ৰহণ কৰাৰ পিছত নাকটো কিছু সময়ৰ বাবে বন্ধ থাকিব পাৰে, ইয়াৰ বাহিৰে, এই ভেকছিনৰ আন কোনো পাৰ্শ্বক্ৰিয়া নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক