--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিগ বছ অ’টিটি আৰু স্প্লিটছভিলাৰ দৰে ৰিয়েলিটি শ্ব’ কৰা অভিনেত্ৰী উৰ্ফি জাভেদ ছ’চিয়েল মিডিয়াতো যথেষ্ট জনপ্ৰিয়। তেওঁৰ কামতকৈও বেছি তেওঁক তেওঁৰ অদ্ভূত ফেশ্বনৰ বাবে বেছিকৈ চিনি পোৱা যায়। উৰ্ফীয়ে ইনষ্টাগ্ৰামত নিজৰ ছবি আৰু ভিডিঅ’ পোষ্ট কৰি থাকে, য’ত কেতিয়াবা তেওঁ নিজকে ঘড়ী, ছিম কাৰ্ড, ছেফটি পিন, স্মাৰ্টফোন, ব্লেড, ফুল আদিৰে ঢাকি ৰাখে আৰু কেতিয়াবা টপলেছ হৈ পজ দিয়ে। শেহতীয়াকৈ তেওঁ চাইকেলৰ চেইন পিন্ধি ভাইৰেল হৈছে। 
Urfi Javed Goes BOLD As She Wears A See-Through Dress With Flowers On It;  Netizen REACTS, 'Kahin Phool Gir Na Jaye' -WATCH VIDEO
এই অদ্ভূত ফেশ্বন চেন্সৰ বাবে বহু মানুহে তেওঁক ট্ৰ'লো কৰে। উৰ্ফিয়ে অশ্লীল সাজপাৰ কৰে বুলি প্ৰায়ে অভিযোগ উত্থাপন হয়। এইবাৰ এজন ব্যক্তিয়ে উৰ্ফিৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছে। তেওঁ এজাহাৰত লিখিছে যে উৰ্ফি জাভেদে সমাজত অশ্লীলতা বিয়পাই আছে। সমাজৰ পৰিৱেশ বিনষ্ট কৰি আছে উৰ্ফিয়ে।

উৰ্ফি জাভেদৰ বিৰুদ্ধে আৰক্ষীৰ এজাহাৰ দাখিল কৰিছে অধিবক্তা আলী কাচিফ খান দেশমুখে। অধিবক্তাগৰাকীয়ে আন্ধেৰী থানাত দাখিল কৰিছে এজাহাৰ। এই কথা সত্য বুলি এজন আৰক্ষী বিষয়াইও নিশ্চিত কৰিছে।
Urfi Javed's green backless satin mini dress with a head-veil makes  netizens go WHAT
অধিবক্তা আলী কাচিফ খান দেশমুখে আৰক্ষীক অভিযোগ দি কয় যে উৰ্ফীয়ে ৰাজহুৱা স্থানত আৰু ছ’চিয়েল মিডিয়াত অবৈধ আৰু অশ্লীল কাম কৰে। যিটো কোনোপধ্যই গ্ৰহণযোগ্য নহয়, গতিকে উৰ্ফি জাভেদৰ বিৰুদ্ধে সোনকালে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব লাগে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক