--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃকাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ এতিয়া সমাপ্তিৰ দিশে৷ বিশ্বকাপ অন্ত পৰাৰ পিছতে কাটাৰত পৰিত্যক্ত হৈ ৰ’ব বিলাসী হোটেল, ষ্টেডিয়াম আদি৷ হাজাৰ হাজাৰ কোটি টকা ব্যয় কৰি নিৰ্মাণ কৰা সেই ষ্টেডিয়াম, হোটেল আদি ব্যৱহাৰ কৰা লোক হয়তো নোলাব৷

 কাৰণ সম্পদশালী লোকেৰে ভৰি থকা কাটাৰত কোনো বস্তু এবাৰ ব্যৱহাৰ হোৱাৰ পিছত সেয়া দ্বিতীয়বাৰৰ বাবে ব্যৱহাৰ কৰাৰ নজিৰ তেনেই কম৷ 

দেওবাৰে আৰ্জেণ্টিনা আৰু ফ্ৰান্সৰ মাজত  ফাইনেল খেল খন অনুষ্ঠিত হোৱাৰ পিছতে ঘৰাঘৰি গুচি যাব বিভিন্ন দেশৰ খেলুৱৈ আৰু দৰ্শকসকলে৷ । অনিবাৰ্য প্ৰশ্নটো হ'ল এই প্ৰদৰ্শনটো সকলোমূল্যআছিল নেকি - আনকি ধনৰ অতল গাত থকা এজন গৃহস্থৰ বাবেও। 

এমাহ থকাৰ পিছত  কাটাৰৰ পৰা ৭ লাখৰো অধিক লোকে  ঘৰলৈ উভতিব৷ খালী হৈ পৰিব কাটাৰ৷বহুতে ইতিমধ্যে ঘৰলৈ উভতিবলৈ আৰম্ভ কৰিছেই। বহু শ্ৰমিকেও খেল শেষ হোৱাৰ পিছতে নিজৰ দেশলৈ উভতি যাবলৈ ওলাইছে৷ ৰিয়েল ইষ্টেট এজেণ্টসকল সেয়ে চিন্তিত হৈ পৰিছে৷ 

কাৰণ শ্ৰমিকসকল ঘৰলৈ গুচি গ’লে এপাৰ্টমেণ্টবোৰ অসম্পূৰ্ণ হৈ থাকিব৷  আনহাতে হোটেলবোৰত কোঠা খালী হৈ থাকিব আৰু কিছুমান ষ্টেডিয়াম পুনৰ কেতিয়াও ব্যৱহাৰ কৰা নহ'ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক