--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় বিনোদনপ্ৰেমীৰ জাতীয় ক্ৰাছ এতিয়া দক্ষিণৰ চিনেমা অভিনেত্ৰী ৰশ্মিকা মান্দানা। শেহতীয়াকৈ, অভিনেত্ৰীগৰাকীয়ে 'পুষ্পা: দ্য ৰাইজ'ত শ্ৰীৱল্লীৰ চৰিত্ৰত অভিনয় কৰি অনুৰাগীৰ দৃষ্টি কাঢ়‌ি বলৈ সক্ষম হৈছে তেওঁ। ছবিখনত পুষ্পাৰাজৰ ৰূপত অভিনেতা আল্লু অৰ্জুনৰ প্ৰেমিক ৰশ্মিকা । ৰূপালী পৰ্দাত দুয়োজনৰ প্ৰেমৰ ৰসায়ন দেখি অনুৰাগীৰ মনত এতিয়া প্ৰশ্ন জাগিছে। বাস্তৱ জীৱনত ৰশ্মিকা ৰ ক্ৰাছ কোন? কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে অভিনেত্ৰীগৰাকী?   ভাৰতীয় সংবাদ মাধ্যমত প্ৰকাশ পোৱা অনুসৰি,অনুৰাগীয়ে বাৰে বৰা গুগ’লত তেওঁক ছাৰ্চ কৰা বাবে  জাতীয় ক্ৰাশ উপাধি লাভ কৰিছে ৰশ্মিকাই। উল্লেখ্য যে, কৰ্ণাটকী ছবিৰ অভিনেতা তথা পৰিচালক ৰক্ষিত ছেঠীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ৰশ্মিকাৰ। একেলগে থকা দুয়োৰে বহুতো ছবি ইতিমধ্যে ইণ্টাৰনেটত উপলব্ধ।   ‘কিৰিক পাৰ্টী’ ছবিতেই দুয়োজনৰ পৰিচয়, তেত‌িয়াৰ পৰাই প্ৰেম! বিয়াৰ পৰিকল্পনা ঠিকে কৰিছিল পাছে দীৰ্ঘদিনীয়া সম্পৰ্কই নাপালে পূৰ্ণতা। অৱশ্যে, প্ৰেয়সীৰ পক্ষত থিয় দি প্ৰেমিকাই কয়, ‘মই ৰশ্মিকাক দুবছৰ ধৰি চিনি পাওঁ। আপোনালোকতকৈ ভলাদৰে জানো। আমাৰ বিচ্ছেদৰো আছে যুক্তিসঙ্গত কাৰণ। ৰশ্মিকাক দোষাৰোপ কৰিব নিবিচাৰো। ৰশ্মিকাক সমালোচনা কৰা বন্ধ হ’ব লাগে।’ ইফালে, ৰশ্মিকাই কিছুদিনৰ বাবে চিত্ৰনাট্যকাৰ চিৰঞ্জীৱ মাকনাৰ সৈতেও সম্পৰ্কত আছিল বুলি শুনিবলৈ পোৱা যায়। গুগ’লেই ইয়াৰ সাক্ষী। কিছুদিন থকাৰ পাছতে মন টেঙালে ৰশ্মিকাৰ! এইবাৰ আকৌ আন এজন দক্ষিণৰ তাৰকা বিজয় দেৱাৰাকোণ্ডাৰ প্ৰেমত পৰিচে এইগৰাকী অভিনেত্ৰী। দুয়োজনে 'ডিয়েৰ কমৰেড', 'গীত গোবিন্দম'ৰ দৰে প্ৰেমৰ ছবিত একেলগে অভিনয় কৰিছে। অনস্ক্ৰীণত প্ৰেমৰ ৰসায়নকে অনুৰাগীসকলে সত্য বুলি ধৰি লৈছে। অৱশ্যে, দুয়োজন তাৰকাই এই বিষয়ে কোনো মন্তব্য কৰাৰ পৰা বিৰত আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক