--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মাণ্ডানাই ‘স্বামী স্বামী’ গীতত নাচি পৰ্দাত জুই জ্বলাইছিল। আল্লু অৰ্জুন অভিনীত 'পুষ্পা'ৰ নায়িকা ৰশ্মিকা।  কিন্তু 'স্বামী স্বামী’ গানটো ভাল নাপায় অভিনেত্ৰীগৰাকীয়ে।

 শেহতীয়াকৈ এটা অনুষ্ঠানত গানটোৰ তালত নাচিবলৈ ৰশ্মিকাক এগৰাকী অনুৰাগীয়ে অনুৰোধ কৰে। কিন্তু এই অনুৰোধত আপত্তি কৰে অভিনেত্ৰীগৰাকীয়ে। ৰশ্মিকাৰ ভাষাত- ''বহুত হ’ল, বহুত নাচিলো। তেতিয়াৰ পৰাই এই গীতটিত নৃত্য কৰি আহিছোঁ। মোৰ কঁকাল বিষ হৈ গৈছে।’’

‘পুষ্পা’ৰ ছিকুৱেল ‘পুষ্পা: দ্য ৰুল’ৰ শ্বুটিং বিগত বছৰৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে। প্ৰেম, সংঘাত, নাটক আল্লু অৰ্জুনেৰে ভৰা ৰশ্মিকা মণ্ডনাৰ ছবি ‘পুষ্পা’ই বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। এই ছবিখনে দেশৰ বক্স অফিচত ৩৫০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছিল। ৰাতিটোৰ ভিতৰতে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনাৰ কেন্দ্ৰলৈ আহিল আল্লু অৰ্জুন। জনপ্ৰিয় হৈ পৰিল ৰশ্মিকাও।

ছবিখনৰ দ্বিতীয় খণ্ডটো বৃহৎ পৰিসৰত নিৰ্মাণ কৰিব বিচাৰিছে নিৰ্মাতাসকলে। সূত্ৰ অনুসৰি পুষ্পা আৰু ভনৱৰ সিঙৰ চৰিত্ৰৰ সংঘাতৰ আধাৰত দ্বিতীয় খণ্ডৰ চিত্ৰনাট্য ৰচনা কৰা হৈছে। ছবিখনৰ মুক্তিৰ বাবে অপেক্ষা কৰি আছে অনুৰাগীসকলে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক