--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া দিন চলিছে কংগনাৰ। বলিউডৰ কুইনৰ ছৱি  ফ্লপ হৈছে। এইবাৰ কংগনা অভিনীত বিফল ছৱিৰ ক্ষতিপূৰত দাবী কৰিলে ছৱিৰ বিতৰকসকলে। দাবী কৰা ক্ষতিপূৰণৰ টকাৰ পৰিমাণো কম নহয়।

কংগনা ৰানাৱটে ২০২১ চনত জয়াললিতাৰ ওপৰত এখন বায়’পিক নিৰ্মাণ কৰিছিল। ‘আম্মা’ জয়ললিতাৰ চৰিত্ৰত দেখা গৈছিল কংগনাক। এই ছবিখন তামিল আৰু হিন্দী দুয়োটা ভাষাতে মুক্তি পাইছিল। যদিও হিন্দী সংস্কৰণতকৈ তামিল সংস্কৰণটো বেছি জনপ্ৰিয়। অৱশ্যে এই ছবিখনে আশা কৰা ধৰণে সফলতা লাভ কৰিব নোৱাৰিলে। বক্স অফিচত ফ্লপ হৈছিল ‘থালাইভি’।

‘থালাইৱী’ত কংগনাই চৰিত্ৰটোৰ প্ৰয়োজনীয়তাৰ বাবে নিজকে সম্পূৰ্ণৰূপে সলনি কৰি লৈছিল। 'ডাবল চিন', মাজত কাটি - ঠিক জয়াললিতাৰ নিজৰ ষ্টাইল! অৱশ্যে কংগনাই দৰ্শকক আকৰ্ষণ কৰিব নোৱাৰিলে।

এই ছবিখনৰ বিতৰণৰ দায়িত্ব আছিল ‘জী’ৰ ওপৰত। গতিকে ছবিখনৰ বিফলতাৰ বাবে ছবিখনৰ প্ৰযোজকৰ পৰা ধন ঘূৰাই বিচাৰে। প্ৰায় ৬ কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে বিতৰক সংস্থাটোৱে।

ইতিমধ্যে ছবিখনৰ প্ৰযোজকলৈ আইনী পত্ৰ প্ৰেৰণ কৰা হৈছে যদিও কোনো উত্তৰ পোৱা নাই বুলি ‘জেড’ৰ কৰ্তৃপক্ষই জনাইছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ