--°C
Loading...
Listen to Article
2 min read
80%

তেজপুৰ : সন্মুখত ২০২১ৰ বিধাবসভা নিৰ্বাচন৷ তাৰ মাজতেই বাকযুদ্ধ অটুত আছে অসম গণ পৰিষদ আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মাজত৷ এইবাৰ ‘আছু’ৰ বিৰুদ্ধে বিৰুপ মন্তব্য কৰা অগপৰ সভাপতি অতুল বৰাক উভতি ধৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই। আছু আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে জন্ম দিছে জাতীয় পৰিষদক৷

আৰু পঢ়িব পাৰিব :একেখন ৰভাৰ তলত একেলগে বিয়াত বহিল ২২ যোৰা দৰা-কইনা

এই দুই জাতীয় সংগঠন জাতীয় পৰিষদৰ অভিভাৱক৷ গতিকে অভিভাৱক স্বৰূপ এই দুই সংগঠন আৰু অসমৰ ৰাইজৰ মনত আঘাত দিব পৰা কোনো কাম জাতীয় পৰিষদে ভৱিষ্যতে নকৰে বুলিও উল্লেখ কৰে এজেপিয়ে৷ ইপিনে আছুৰ নতুন নেতৃত্বই আছুক ছাত্ৰ সংগঠন হৈ থকা নাই ই এক ৰাজনৈতিক দল বুলি অগপৰ সভাপতি অতুল বৰাই কৰা মন্তব্য পাছত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকে৷

আৰু পঢ়িব পাৰিব :চকুৰ সন্মুখতে উটি গৈছিল প্ৰিয়জন, আমি অসহায় হৈ চাই ৰৈছিলোঁ…

সাধাৰণ সম্পাদক জগদীশ ভূঞাই এয়া এক ৰুচিহীন বক্তব্য বুলি উল্লেখ কৰি আছুক জাতীয় পৰিষদৰ পিতৃ বুলি অভিহিত কৰে৷ সভাপতি লুৰিণজ্যোতি গগৈয়ে আঞ্চলিকতাবাদী শক্তিক নিঃশেষ কৰা অতুল বৰাৰ দৰে নেতাই ইয়াতকৈ বেলেগ আৰু কি ক’ব বুলি মন্তব্য কৰিব বুলি মন্তব্য কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
সাত বছৰৰ দীঘলীয়া বিৰতিৰ অন্তত নতুন উদ্যমেৰে ট্ৰেক এণ্ড ফিল্ডলৈ উভতিবলৈ সাজু হিমা দাস
৫২ বছৰত বিশ্বজুৰি হ্ৰাস ৭৩% বন্যপ্রাণী! ইয়াৰ মাজতে আশাৰ ৰেঙনি দেখুৱাইছে ভাৰতে
এবছৰে কাৰাবন্দী হৈ আজি মুকলি আকাশৰ তললৈ অমৃতপ্ৰভা মহন্ত
আজিৰে পৰা পুনৰ মুকলি পবিতৰা অভয়াৰণ্য
মহাকাশৰ পৰা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী ‘শিহু’ৰ গতিবিধি নিৰীক্ষণ
৫.৫৪%লৈ বৃদ্ধি খুচুৰা মুদ্রাস্ফীতি
নামৰূপৰ বিশিষ্ট সমাজকৰ্মী মিনাৰাম চুতীয়ালৈ বাবা চাহেব বি. আৰ আম্বেদকাৰ বঁটা
সাৱধান! গৰ্ভৱতী-প্ৰসূতি মহিলাক চৰকাৰী সাহায্যৰ প্ৰলোভন; হাজোত লাখে লাখে টকা লুটিছে চাইবাৰ অপৰাধীয়ে
বিশিষ্ট স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাঃ শান্তি মেধিৰ পৰলোক প্ৰাপ্তি
ভাৰতীয় মহিলা দলৰ অধিনায়কৰ পদ এৰিলে হৰমনপ্রীত কৌৰে
তিনিচুকীয়াৰ বেংক বিষয়াক ধন দাবীৰে ব্লেকমেইল; যোৰহাটত হনীট্ৰেপিং চক্ৰৰ ৫জনক গ্ৰেপ্তাৰ