--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অতীতৰে পৰা নিমখক এক মূল্যবান লম্পদ হিচাবে গণ্য কৰি অহা হৈছে৷ এটা সময়ত শ্ৰমিকক দৰমহা হিচাবে নিমখ দিয়া হৈছিল৷ সেয়া ইংৰাজী ছালাৰী শব্দৰ পৰাই ছল্ট শব্দৰ সৃষ্টি হৈছিল নিমখ আজিও মানুহৰ অপৰিহাৰ্য সামগ্ৰী৷ ফেংছুইৰ মতে নিমখ হৈছে সৌভাগ্যৰ প্ৰতীক।

 নিমখে ঘৰৰ ভিতৰৰ ঋণাত্মক শক্তিক নাশ কৰি ধনাত্মক শক্তি সঞ্চাৰ কৰাত সহায় কৰে। নিমখ হৈছে এক উৎকৃষ্ট বীজাণুনাশক। নিমখে সেয়ে ঘৰৰ অশুভ শক্তিসমূহ শোষণ কৰি ঘৰত শুভ শক্তিৰ প্রভাৱ বিস্তাৰ কৰাত সহায় কৰে। 

বীজাণুনাশক হোৱাৰ বাবেই নিমখ মিহলি পানীৰে ঘৰৰ মজিয়া আদি সদায় মচিলে বিভিন্ন ৰোগ-ব্যাধিৰ পৰা হাত সাৰি থাকিব পাৰি ৷নিমখে পৰিৱেশ প্ৰদূষণো ভালেখিনি দূৰ কৰে। ঘৰৰ মজিয়া মচিবৰ সময়ত পাঁচ চামুচ নিমখ পানীত মিহলি কৰি সেই পানীৰে ঘৰৰ মজিয়া পাৰিলে দিনত দুবাৰ অথবা কমেও এবাৰ মচিব লাগে। 

ঘৰৰ স্নানাগাৰ, শৌচাগাৰ আদিৰ পৰিৱেশ সুন্দৰ কৰি ৰাখিবলৈ স্নানাগাৰ অথবা শৌচাগাৰৰ খিৰিকীত নিমখৰ টোপোলা ৰাখিব লাগে। স্নানাগাৰ-শৌচাগাৰ আদিত নিশাৰ ভাগত নিমখ ছটিয়াই থ'লে বিভিন্ন অশুভ শক্তি নিষ্ক্রিয় হৈ পৰে । স্নানাগাৰ, শৌচাগাৰত টোপোলা কৰি ৰখা নিমখ মাজে সময়ে সলনি কৰি থাকিব লাগে। এনেদৰে নিমখ বান্ধি ৰাখিলে স্নানাগাৰ, শৌচাগাৰৰ বহু বেক্টেৰিয়া নাশ হয় বুলি বিশ্বাস কৰা হয়৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
Advertisement