--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যৰ সন্তান সুচেতন-এ লাভ কৰিছে ৰূপান্তৰকামীৰ চৰকাৰী পৰিচয় পত্ৰ। এই খবৰ ৰাজ্যখনৰ প্ৰশাসনৰ সূত্ৰই অৱগত কৰিছে।

সুচেতনে ইতিমধ্যে লিংগ পুনৰ নিযুক্তিৰ বাবে প্ৰয়োজনীয় শাৰীৰিক পৰিৱৰ্তন আৰু অস্ত্ৰোপচাৰ কৰিছে। অৱশ্যে কিছুমান প্ৰক্ৰিয়া এতিয়াও বাকী আছে। সেইবোৰ সম্পূৰ্ণ কৰাৰ পিছত তেওঁ ‘ট্ৰেন্সমেন’ হিচাপে নিজৰ চৰকাৰী পৰিচয় দিব পাৰে।

বুদ্ধদেৱৰ সন্তানে যি চৰকাৰী পৰিচয় পত্ৰ লাভ কৰিছে তাৰ নাম হৈছে ‘Transgender Identity Card’। নাম- সুচেতন ভট্টাচাৰ্য। বুদ্ধদেৱ ভট্টাচাৰ্যক অভিভাৱক হিচাপে নামকৰণ কৰা হৈছে। লিংগৰ কলমত লিখা আছে - 'ৰূপান্তৰকা্মী'। ঠিকনাটো পাম এভিনিউত থকা বুদ্ধদেৱৰ বাসগৃহ।

বহুতে অনুভৱ কৰে যে চৰকাৰী পৰিচয় পত্ৰখনেই হৈছে সচেতন সংগ্ৰামৰ আদৰ্শ প্ৰতীক। বহুতে লিংগ সলনি কৰে। কিন্তু ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ পুত্ৰই যদি মুকলিকৈ নিজৰ যৌন অভিৰুচিৰ কথা কয় আৰু সেই অনুসৰি নিজৰ লিংগ সলনি কৰাত সক্ৰিয় হয়, তেন্তে ইয়াক সমাজৰ বাকীসকলৰ বাবে ‘উদাহৰণ’ হিচাপে দেখা যাব। সেই অৰ্থত সুচেতনে নিজৰ সংগ্ৰামৰ প্ৰথম পদক্ষেপ সম্পূৰ্ণ কৰিছে। আৰু এটা খোজ বাকী আছে। তেতিয়াহে বিষয়টো সম্পূৰ্ণ হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক