--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
টেইলৰ চুইফ্ট সংগীত তথা বাণিজ্য জগতৰ আটাইতকৈ সফল গীতিকাৰ আৰু সুৰকাৰ। স্বাভাৱিকতে, তেওঁ প্ৰচুৰ সম্পত্তিৰ  মালিক। অৱশ্যে, এইটো ক'ব নোৱাৰি যে সকলোবোৰ তেওঁৰ নিজা উপাৰ্জন। 

আপুনি  জানেনে , সংগীত শিল্পী  টেইল তিনিটা মেকুৰীৰ মাতৃ। গোটেই পৃথিৱীয়ে মেকুৰীবোৰৰ নাম জানে। অলিভিয়া বেনচন, মেৰেডিথ গ্ৰে, আৰু বেঞ্জামিন বুটাম - টেইলৰৰ তিনিটা বিখ্যাত পোহনীয়া জন্তু। এই তিনিটা মেকুৰীৰ মাজত   অলিভিয়া বিশ্বৰ আটাইতকৈ ধনী পোহনীয়া জন্তুৰ তালিকাত আছে৷

কেনেদৰে উপাৰ্জন কৰে মেকুৰী অলিভিয়াই ? 

মেকুৰীটোৰ  উপাৰ্জনৰ পৰিমাণ কিমান টেইলৰৰ ইনষ্টাগ্ৰামচাই এইটো বুজিব পাৰি।যদিও টেইলৰৰ প্ৰফাইলত গীত , নৃত্যৰ সুন্দৰ দৃশ্যসমূহ আছে, লাখ লাখ দৰ্শকে বগা চুলিৰ নিপোটল অলিভিয়াৰ বাবেই টেইলৰৰ  প্ৰ'ফাইললৈ ভুমূকি মাৰে৷অলিভিয়াৰ দুষ্টালিবোৰে সততে আপ্লুত কৰিত তোলে দৰ্শকসকলক৷ এই  অলিভিয়াৰ কোনো পৃথক একাউণ্ট নাই৷ আনফালে নিজা প্ৰফাইলত অলিভিয়াৰ ফটো, ভিডিঅ’ সংযোজন কৰি 
বহু ধন উপাৰ্জন কৰে মাতৃ টেইলৰে৷ 

অধ্যয়ন অনুসৰি, পোহনীয়া জন্তু হিচাপে অলিভিয়াৰ মূল্য এতিয়া ৮০২ কোটি টকা! প্ৰতিদিনে লাখ লাখ লাইকে অলিভিয়াক প্লাৱিত কৰে। টেইলৰৰ মেকুৰীটোৰ প্ৰেমত এতিয়া  অনুৰাগীসকল  আচ্ছন্ন হৈ পৰিছে। বৰ্তমান অলিভিয়াই প্ৰত্যাহ্বান জনাইছে পৃথিৱীৰ আন ধনী পোহনীয়া জন্তুসমূহক৷ একেসময়তে মাতৃ টেইলৰে নিজৰ প্ৰফাইলৰ বিপৰীতে  অলিভিয়াৰ বাবে পৃথক  প্ৰ'ফাইল প্ৰস্তুত কৰিব  নেকি বুলিও নেটৱৰ্ল্ডত যথেষ্ট চৰ্চা চলিছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
উচ্চতম ন্যায়ালয়ত আছে বৃহৎ সংখ্যক দুর্নীতিপৰায়ণ ন্যায়াধীশ: দুষ্যন্ত দাৱে
হোজাই নিউ ডন ছিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ অধ্যক্ষ অভিজিত সিংহৰ অকাল বিয়োগ
লামডিঙত চাঞ্চল্য! প্ৰেমজনিত কাৰণত বিষাক্ত দ্ৰব্য সেৱন দশম শ্ৰেণীৰ ছাত্ৰীৰ, হাস্পতালত ভৰ্তি
৭ মাহ পূৰ্বে পাতিছিল বিয়া; জালুকবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনাত নিহত ছিপাঝাৰৰ বিশ্বজিৎ কলিতা
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
নগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা; অগ্নিদগ্ধ হৈ মৃত্যু দুজনৰ, গুৰুতৰভাৱে আহত দুজন
ভাৰতৰ ধনীৰ তালিকাৰ শীৰ্ষত গৌতম আদানী; ধনী মহিলা হিচাপে শীৰ্ষত ৰোশনী নাদৰ