--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ছানিয়া মিৰ্জা আৰু ছোৱেইব মালিকক লৈ বিভিন্ন চৰ্চা চলি থকাৰ মাজতে এটা নতুন পদক্ষেপ হাতত লৈছে তাৰকা দম্পতীহালে। ‘দ্যা মিৰ্জা মালিক শ্ব’ নামেৰে এটা টক শ্ব’ আয়োজন কৰিব দুয়োৱে। শেহতীয়াকৈ ইয়াক ইনষ্টাগ্ৰামযোগে ঘোষণা কৰা হৈছে।

জানিব পৰামতে, পাকিস্তানী চেনেল ‘উৰ্দুফল্লিক্স অফিচিয়েল’ৰ যোগেৰে এই টক শ্ব’টো সম্প্ৰচাৰ কৰা হ’ব। চেনেলটোৱে ইনষ্টাগ্ৰামযোগে এই ঘোষণা কৰিছে।

তাৰপাছতে তাৰকা দুগৰাকীৰ অনুৰাগীসকলৰ মাজত উচ্ছাহৰ সোঁত বৈছে। অনেকে ছোৱেইব-ছানিয়াক শুভেচ্ছা প্ৰদান কৰিছে।

উল্লেখ্য যে ২০১০ চনৰ এপ্ৰিলত ক্ৰীড়া বিশ্বৰ তাৰকা দুগৰাকীৰ মাজত বিবাহ হৈছিল। ২০১৮ চনত তেওঁলোকৰ পুত্ৰ ইজহানৰ জন্ম হয়।

শেহতীয়াকৈ তেওঁলোকৰ দাম্পত্য জীৱনত ঘূণে ধৰিছে বুলিও চৰ্চা চলি আছে। গুজৱ অনুসৰি, ছোৱেইব মালিকে নতুনকৈ এগৰাকী অভিনেত্ৰীৰ প্ৰেমত পৰিছে।

তেনে সময়তে ছোৱেইব-ছানিয়াই টক শ্ব’ৰ আয়োজন কৰাক লৈ অনুৰাগীসকলৰ মাজত আনন্দ বিয়পি পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক