--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এইবাৰ বিৰোধী শূন্য নহ’ব সংসদৰ বাজেট অধিবেশন৷ সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰিছে৷  বিৰোধী সাংসদসকলৰ নিলম্বন বাজেট অধিৱেশনৰ পূৰ্বে প্ৰত্যাহাৰ কৰা হ'ব। কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই কথা ঘোষণা কৰিছে৷  

এই পদক্ষেপৰ উদ্দেশ্য হৈছে অধিৱেশন   মসৃণ আৰু অধিক ফলপ্ৰসূভাবে  পৰিচালনা কৰাটো  নিশ্চিত কৰা। চৰকাৰে লোকসভা আৰু ৰাজ্যসভা দুয়োটাৰ বিশেষাধিকাৰ সমিতিৰ সৈতে এই বিষয়ত  আলোচনা আৰম্ভ কৰিছে৷  

যোশীয়ে নিলম্বিত সাংসদসকলক পুনৰ সংসদলৈ ঘূৰাই অনাৰ বাবে পদক্ষেপ গ্ৰহণ কৰি সংসদত এক অনুকূল পৰিৱেশ গঢ়ি তোলাৰ প্ৰয়াস চলোৱা হৈছে বুলি মন্তব্য কৰে৷ মন্ত্ৰী যোশীয়ে অধিৱেশনৰ সফলতাৰ  বাবে সংসদীয় সদস্যসকলৰ সহযোগিতাৰ বিষয়ত গুৰুত্বৰ আৰোপ কৰে৷ 

তেওঁ বিৰোধীপক্ষক তেওঁলোকৰ সহযোগিতা আগবঢ়োৱাৰ বাবে অনুৰোধ জনায়৷ উল্লেখ্য সংসদৰ  শীতকালীন অধিৱেশনৰ সময়ত সংসদত তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছিল৷ বিৰোধীয়ে চৰকাৰৰ  বিৰোধী দলৰ  প্ৰায় সকলো সাংসদকে নিলম্বন কৰা হৈছিল৷ ।১ ফেব্ৰুৱাৰীত অন্তৱৰ্তীকালীন বাজেট উপস্থাপনৰকৰা হ’ব৷ ৯ ফেব্ৰুৱাৰীত অধিৱেশন সমাপ্ত হ’ব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক