--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সংসদ ভৱন  আক্ৰমণৰ ২২ সংখ্যক বাৰ্ষিকীৰ দিনাই পুনৰ অঘটন।  অধিবেশন চলি থকাৰ মাজতে লোকসভাত আজি হঠাতে আতংক বিয়পি পৰে। সংসদৰ শীতকালীন অধিবেশনৰ মাজতে  দুজন অচিনাক্ত ব্যক্তিয়ে হঠাতে সংসদ ভৱনৰ ভিতৰত  প্ৰৱেশ কৰে আৰু সংসদ ভৱনৰ ডেস্কৰ ওপৰেৰে জঁপিয়াই যায়।  

তেওঁলোকৰ হাতত  গেছ আছিল স্প্ৰেয়াৰ। তেওঁলোকে আনকি গেছ প্ৰয়োগো কৰে। তেওঁলোকৰ হাতত কি গেছ আছিল সেয়া এতিয়াও নিশ্চিত হোৱা নাই। ইতিমধ্যে দুয়োজন লোককে আটক কৰা হৈছে। তেওঁলোকৰ মাজৰে এজনৰ নাম সাগৰ বুলি জানিব পৰা গৈছে।  টিএমচিৰ সাংসদ সুদীপ বন্দোপাধ্যায়ে ঘটনাটোত নিৰাপত্তাৰ ত্ৰুটিৰ কথা  অভিযোগ উত্থাপন কৰিছে। 

(প্ৰিয় পাঠক, এয়া এটা ব্ৰেকিং নিউজহে। ক্ষন্তেক সময়ৰ পিছতে আমি আপোনালোকক ঘটনাৰ বিষয়ে সবিশেষ জনাম। মাত্ৰ চকু ৰাখিব প্ৰাগ নিউজ ডিজিটেলত)

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক